--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাৰদীয় নৱৰাত্ৰিৰ আৰম্ভণিৰ বাবে মাত্ৰ কেইটামান দিন বাকী। এই নটা দিন মা ভগৱতীৰ পূজা ভালদৰে কৰিলে মা ভগৱতীয়ে কেতিয়াও নিজৰ ভক্তসকলক নিৰাশ নকৰে। ২০২২ চনৰ ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব শাৰদীয় নৱৰাত্ৰি আৰু প্ৰতিপদৰ দিনা কলহ স্থাপনৰ লগে লগে আৰম্ভ হ’ব নৱৰাত্ৰি উদযাপন। নৱৰাত্ৰিৰ এই নটা দিন শক্তিৰে ভৰি থাকে। এই দিনবোৰ অতি শুভ বুলি গণ্য কৰা হয়। নৱৰাত্ৰিৰ এই পবিত্ৰ দিনবোৰৰ সদ্ব্যৱহাৰ কেনেকৈ কৰিব পাৰি জানো আহক। কোৱা হয় যে ভক্তই মাতৃৰ পৰা আন্তৰিক হৃদয়েৰে যি কামনা কৰে, সেয়া নিশ্চিতভাৱে পূৰণ কৰে।

যদি আপুনি ঘৰত থকা বিবাদ, অশান্তি আদি দূৰ কৰিব বিচাৰে তেন্তে এই এনেদৰে উপায় অৱলম্বন কৰক

যদি আপোনাৰ ঘৰত পাৰিবাৰিক অসুবিধা আছে তেন্তে নৱৰাত্ৰিৰ অষ্টমী বা নৱমীৰ দিনা এই মন্ত্ৰ  ১০৮ বাৰ জপ কৰি আহুতি দিয়ক

सब नर करहिं परस्पर प्रीति। 

चलहिं स्वधर्म निरत श्रुति नीति।।


এই ব্যৱস্থাৰে অৰ্থনৈতিক সংকট দূৰ হ’ব

ধন প্ৰাপ্তিৰ বাবে নৱৰাত্ৰিৰ অষ্টমী বা নৱমী তাৰিখে পৰিষ্কাৰ ঠাইত, উত্তৰ দিশলৈ মুখ কৰি বহিব লাগে। সন্মুখত ৰঙা চাউলৰ ঘেৰ বনাই তাৰ ওপৰত শ্ৰীযন্ত্ৰ এটা ৰাখক। শ্ৰীযন্ত্ৰৰ সন্মুখত নটা তেলৰ চাকি জ্বলাই ৰাখক। পূজা কৰাৰ পিছত পূজাস্থলীত শ্ৰীযন্ত্ৰ স্থাপন কৰক। বিশ্বাস কৰক যে আপোনাৰ আৰ্থিক অসুবিধাবোৰ ক্ৰমান্বয়ে দূৰ হ’বলৈ আৰম্ভ কৰিব আৰু আপুনি সোনকালে টকা পাবলৈ আৰম্ভ কৰিব। এই প্ৰতিকাৰ কৰিলে ব্যক্তিৰ দাৰিদ্ৰ আঁতৰ হয়।

কামনা পূৰণৰ বাবে অষ্টমীৰ দিনা এই কাম কৰক

কামনা পূৰণৰ বাবে অষ্টমীৰ দিনা শিৱ মন্দিৰলৈ গৈ চৌহদ পৰিষ্কাৰ কৰি শিৱলিংগত জলাভিষেক প্ৰদান কৰি পূৰ্ণ মনেৰে মহাদেৱক পূজা কৰক, তাৰ পিছত গাখীৰ, দৈ, ঘিউ, মৌ আৰু সুগন্ধি আদি আগবঢ়াই দিব লাগে৷ সেইদিনা ৰাতি মন্দিৰত বা ঘৰত ঔম নমঃ শিৱায় ১০৮ বাৰ জপ কৰি ঘিঁউৰ আহুতি দিব লাগে। ইয়াৰ পিছত ঘৰতে ৪০ দিন নিয়মীয়াকৈ ৰুদ্ৰাক্ষ মালা লগত লৈ ঔম নমঃ শিৱায় জপ কৰিব লাগে। এনে কৰিলে মনৰ কামনা পূৰণ হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ