--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:

৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশত এতিয়া উৎসৱমুখৰ পৰিৱেশ বিৰাজমান৷ স্বাধীনতা দিৱসটো সফল আৰু বিশেষ কৰি তুলিবলৈ চৰকাৰৰ ফালৰ পৰাও বিভিন্ন আঁচনি হাতত লোৱা হৈছে৷ বহু ঠাইত ত্ৰিৰংগাৰ সৈতে শোভাযাত্ৰাও কৰা হৈছে। 

দেশৰ বিভিন্ন প্ৰান্তত এনে সাংস্কৃতিক সমদল হৈ থকাৰ মাজতে গুজৰাটত সংঘটিত হৈছে এক 
অস্বাভাৱিক ঘটনা৷ ত্ৰিৰংগা যাত্ৰাৰ সময়তে আঘাতপ্ৰাপ্ত হয় গুজৰাটৰ প্ৰাক্তন অতিৰিক্ত মুখ্যমন্ত্ৰী নীতিন পেটেল। গাই গৰুৰ আক্ৰমণৰ ফলতেই প্ৰাক্তন মন্ত্ৰীজন আঘাত প্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ৷

গাই গৰুৰ আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে প্ৰাক্তন অতিৰিক্ত মুখ্যমন্ত্ৰীজনক চিকিৎসালয়ত ভৰ্তি কৰিব লগীয়া হয়৷ চিকিৎসাৰ বাবে নীতিন পেটেলক ভাগ্যোদয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ত্ৰিৰংগা যাত্ৰাত উপস্থিত থকা আন কেইজনমান ব্যক্তিয়ো আঘাতপ্ৰাপ্ত হৈছে। 

এই ঘটনাৰ বিষয়ে বৰ্তমান চ’চিয়েল মিডিয়াত বিশেষভাৱে প্ৰচাৰ হৈছে৷ কিছু সংখ্যক লোকে সহমৰ্মিতা প্ৰকাশ কৰিছে যদিও বহুতৰ বাবে মন্ত্ৰীজন হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ