--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমুখত ২০২৪ৰ লোকসভা নিৰ্বাচন৷ ইতিমধ্যে তৎপৰতা বৃদ্ধি পাইছে শাসক আৰু বিৰোধীৰ৷শেহতীয়াকৈ ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰথমখন সমন্বয় সমিতিৰ বৈঠকত সদস্য দলসমূহে একাংশ নিউজ এংকৰৰ অনুষ্ঠান বৰ্জন কৰাৰ আৰু সেই সমূহ এংকৰৰ তালিকা এখন উলিয়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এইদৰে প্ৰথম সমন্বয় সমিতিখনে মুম্বাইৰ বৈঠকৰ পাছত গঠন হোৱা সংবাদ মাধ্যমৰ উপ-সমিতিখনক বিৰোধী দলৰ প্ৰতি ব্যক্তিগত শত্ৰুতা প্ৰদৰ্শন কৰা বুলি অভিযোগ উত্থাপন কৰা টেলিভিছন এংকৰসকলক বৰ্জন কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰে।

ইণ্ডিয়াই প্ৰকাশ কৰা তালিকাখনত আছে নিউজ১৮ৰ অমন চোপ্ৰা, অমিশ দেৱগন আৰু আনন্দ নৰসিংহন, ভাৰত এক্সপ্ৰেছৰ অদিতি ত্যাগী, ডি ডি নিউজৰ অশোক শ্ৰীবাস্তৱ, আজ টকৰ সুধীৰ চৌধুৰী আৰু চিত্ৰা ত্ৰিপাঠী, ভাৰত২৪ৰ ৰুবিকা লিয়াকট, ইণ্ডিয়া টুডেৰ গৌৰৱ সাৱন্ত আৰু শিৱ আৰুৰ, ইণ্ডিয়া টিভিৰ প্ৰাচী পৰাশৰ, টাইমছ নাও নৱভাৰতৰ নৱিকা কুমাৰ আৰু সুশান্ত সিনহা, আৰু ৰিপাব্লিক ভাৰতৰ অৰ্ণব গোস্বামীৰ দৰে নিউজ এংকৰ।

কিন্তু ভাৰতীয় জনতা ইণ্ডিয়া মিত্ৰজোঁটৰ এই বয়কটৰ কাৰ্যক লৈ সুখী নহয়৷কাৰণ সাধাৰণ জনতাই বিচাৰে যে গোদী মিডিয়াৰ এইসকল এংকৰৰ সৈতে বিৰোধী নেতাসকলে আলোচনা কৰি দিয়ক যোগ্য প্ৰত্যুত্তৰ৷কাৰণ নহ’লে এইসকল বিশেষ প্ৰপাগেণ্ডা অনুসৰণকাৰী এংকৰসকলে ইণ্ডিয়া মিত্ৰজোঁটৰ বিৰুদ্ধে ভুৱা তথ্যৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক