--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাঙি পেলোৱা হ’ব উৰিষ্যাৰ ক’ৰ’মণ্ডল ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ মৃতদেহ ৰখা বাহানাগাৰ এখন বিদ্যালয়।

ৰে’ল দুৰ্ঘটনাটোৰ পিছতেই বাহানাগা বজাৰ ষ্টেচনৰ সমীপৰ বাহানাগা হাইস্কুলক অস্থায়ী মৰ্চাৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল। বগা কাপোৰেৰে ঢাকি থোৱা মৃতদেহৰ স্তূপেৰে বিদ্যালয়খনৰ শ্ৰেণীকোঠাবোৰ ভৰি পৰিছিল।

ঘটনা সংঘটিত হোৱাৰ নিশাৰ পৰা পিছৰ দুদিনলৈকে মৃতদেহসমূহ বিদ্যালয়খনত ৰখা হৈছিল। ফলত গোটেই বিদ্যালয়খনতে মৃতলোকৰ তেজ বৈ গৈছিল।

ইতিমধ্যে গোটেই বিদ্যালয় চৌহদ তেজৰ দাগেৰে আৱৰি ধৰিছে। এই ভয়ানক স্মৃতিৰ বাবে বিদ্যালয় ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

এই ভয়ানক স্মৃতিৰ বাবেই স্কুলখনলৈ সন্তানক পঠাবলৈ অভিভাৱকসকলে অমান্তি হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস