--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীৰ চাৰিগৰাকী খেলুৱৈ, ভৌমিক কিশোৰ দাস, হৃয়ান কৌশিক ঠাকুৰীয়া, তমন্না শৰ্মা, আৰু তানিষ্ক ঠাকুৰীয়াক ফিডে ৰেটিং প্ৰদান কৰা হৈছে। বিশ্ব দবা মহাসংঘই প্ৰকাশ কৰা এপ্ৰিল, ২০২৪ চনৰ ফিডে ৰেটিং তালিকা অনুসৰি ভৌমিক কিশোৰ দাসে ১৫৫০ ৰেটিং লাভ কৰাৰ বিপৰীতে হৃয়ান কৌশিক ঠাকুৰীয়াই ১৪৭২ ৰেটিং লাভ কৰিছে।তমন্না শৰ্মা আৰু তানিষ্ক ঠাকুৰীয়াই ক্ৰমে ১৪৬১ আৰু ১৪৪৯ ৰেটিং পইণ্ট লাভ কৰিছে।

এই খেলুৱৈসকলক ২৩ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ গুৱাহাটীত অনুষ্ঠিত হোৱা মুকলি আন্তঃৰাস্ত্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা ২০২৪ত প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হয়।ফিডে প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ তত্ত্বাৱধানত ভৌমিক, হৃয়ান, তমন্না, আৰু তানিষ্কে গুৱাহাটী দবা একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

গুৱাহাটী দবা একাডেমীৰ হৈ মুখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথে ভৌমিক, হৃয়ান, তমন্না, আৰু তানিষ্কক তেওঁলোকৰ কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ