--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুৱাহাটীত অনুষ্ঠিত হ’ব শ্ৰীলংকা-বাংলাদেশৰ অনুশীলন মেচ৷ শুকুৰবাৰে বৰ্ষাপাৰা ষ্টেডিয়ামত হ’ব মেচখন৷
গুৱাহাটীত উপস্থিত হৈছে শ্ৰীলংকাৰ ক্ৰিকেট দল৷ আজি পাবহি বাংলাদেশৰ ক্ৰিকেট দলটোও৷ ৩০ ছেপ্টেম্বৰত ভাৰত-ইংলেণ্ডৰ মাজত হ’ব অনুশীলন মেচ৷ দুয়োটা টীম থাকিব গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত৷ 

বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন আৰম্ভ কৰিব দুয়োটা দলে। ২ ঘণ্টাকৈ অনুশীলন কৰিব দুয়োটা দলে। সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ অনুশীলন চলাব শ্ৰীলংকাৰ দলে। 

২৯ ছেপ্টেম্বৰত শ্ৰীলংকা-বাংলাদেশৰ মাজত প্ৰথমখন প্ৰস্তুতি মেচ অনুষ্ঠিত হ’ব। ৩০ ছেপ্টেম্বৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব প্ৰস্তুতি মেচ৷ কাইলৈ আহিব ভাৰত আৰু ইংলেণ্ডৰ দল। দুয়োটা দল থাকিব ৰেডিশ্বন ব্লু’ত।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement