--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাৰ চৰাই সকলোৰে চিনাকী। বিভিন্ন ৰঙৰ পাৰ চৰাই আমি দেখি আহিছো যদিও গুলপীয়া পাৰ চৰাই কেতিয়াও দেখা নাই। কিন্তু শেহতীয়াকৈ তেনে এটা গুলপীয়া পাৰ চৰায়ে বহুতৰে মনত কৌতূহলৰ সৃষ্টি কৰিছে।ব্ৰিটেইনৰ  বাৰি টাউন চেণ্টাৰত এটা গুলপীয়া পাৰ চৰাই  দেখা গৈছে। 


 পাৰ চৰাইটোৰ অস্বাভাৱিক ৰঙে সকলোকে আচৰিত কৰি তুলিছে। স্থানীয় লোক আৰু আৰক্ষীয়ে চৰাইটোৰ পাখিত কোনোবাই  ৰং সানি দিছে নেকি সেয়া পৰীক্ষা কৰি আছে।  
গুলপীয়া পাৰ চৰাইটোৱে পথত  খাদ্য গ্ৰহণ কৰা আৰু ছাদত বহি থকা দেখা গৈছে।ইতিমধ্যে ইণ্টাৰনেটত গুলপীয়া পাৰ চৰাইটোৰ ছবি ভাইৰেল হৈ পৰিছে। 




লক্ষ্যণীয় কথাটো হ’ল  গুলপীয়া পাৰ চৰাই দেখা এয়াই  প্ৰথম ঘটনা  নহয়,  ইয়াৰ পূৰ্বেও আন এটা  গুলপীয়া পাৰ চৰায়ে সংবাদ শিৰোনাম দখল কৰিছিল। ইয়াৰ আগতে নিউয়ৰ্ক চহৰৰ মেডিচন স্কোৱেৰ পাৰ্কত একে ধৰণৰ পাৰ চৰাই দেখা  পোৱা গৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা