--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বি পাল্কীয়ে এক বিশেষ প্ৰদৰ্শনেৰে (Special performance) ডঃ হাজৰিকাৰ কালজয়ী গীত ‘বিমূৰ্ত মোৰ নিশাটি’ৰ একক নৃত্যাভিনয় আৰু ‘সময়ৰ অগ্ৰগতি’ৰ দলীয় নৃত্য পৰিৱেশনেৰে দৰ্শকক বিমুগ্ধ কৰে ৷

ডিজিটেল ডেস্ক: ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ সৃষ্টিশীল নৃত্য প্ৰদৰ্শনেৰে ভাৰতৰ সাংস্কৃতিক কিম্বদন্তীগৰাকীলৈ অভিনেত্ৰী তথা কথক নৃত্যাংগনা বি পাল্কীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷


গুৱাহাটী মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ চেণ্টাৰত এই উপলক্ষে আয়োজিত 'চতুৰ্দশ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা শ্ৰদ্ধাঞ্জলি' অনুষ্ঠানত মিৰ্চি 'ৰাইজিং আইকন অফ থিয়েটাৰ এণ্ড ডান্স ২০২৫'ৰ খিতাপ লাভ কৰা বি পাল্কীয়ে এক বিশেষ প্ৰদৰ্শনেৰে (Special performance) ডঃ হাজৰিকাৰ কালজয়ী গীত ‘বিমূৰ্ত মোৰ নিশাটি’ৰ একক নৃত্যাভিনয় আৰু ‘সময়ৰ অগ্ৰগতি’ৰ দলীয় নৃত্য পৰিৱেশনেৰে দৰ্শকক বিমুগ্ধ কৰে ৷


ডঃ হাজৰিকাৰ কালজয়ী সংগীত আৰু দৰ্শনক যথাযোগ্য ৰূপত প্ৰদৰ্শনৰ প্ৰয়াস কৰা বি পাল্কীৰ সৈতে ধ্ৰুপদী ৰাগিণী আৰু মহাশ্বেতা এম বৈশ্যই দলীয় নৃত্যত সহযোগিতা আগবঢ়ায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ