--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গীতটিৰ কাহিনী আৰু পৰিচালনা সোণমণি গোৱালাৰ ।গীতটিৰ সংগীত অনুৰাগ প্ৰীতম আৰু শব্দ সংমিশ্ৰণ ধ্ৰুৱ ঠাকুৰীয়াৰ।

ডিজিটেল ডেস্ক: অসমৰ সংগীত জগতত সংযোজিত হ'ল 'সময়' শীৰ্ষক এটি সুমধুৰ গীত। দৃশ্য শ্ৰাব্য সম্বলিত সময় নামৰ গীতটি সোমবাৰে উন্মোচন কৰে মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্র পাঠকে ।


সন্ধ্যা সময়ত উন্মোচন কৰে গীতটি। মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ৰ এগৰাকী বিষয়া ৰঞ্জন শইকীয়াই ৰচনা কৰা গীতটিত কন্ঠদান কৰে প্ৰিয়ানুজ বৈৰাগীয়ে।


গীতটিৰ কাহিনী আৰু পৰিচালনা সোণমণি গোৱালাৰ ।গীতটিৰ সংগীত অনুৰাগ প্ৰীতম আৰু শব্দ সংমিশ্ৰণ ধ্ৰুৱ ঠাকুৰীয়াৰ।


মাজুলীৰ মনোৰম লোকেশ্বনত গীতটিৰ দৃশ্যগ্ৰহণ কৰিছে সীমান্ত বৰাই আৰু গীতটিৰ সম্পাদনা, গ্ৰাফিক্স, DI অনুভৱ দত্তৰ।


'সময়'ত অভনিয় কৰিছে ৰঞ্জন শইকীয়া, অনুৰাগ প্ৰীতম, জুলীয়ান গগৈ, প্ৰিয়ানুজ বৈৰাগী আৰু আকাংক্ষাই।


সময় গীতটিৰে জীপাল হ'ল জিলা আয়ুক্তৰ সভাগৃহ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি