--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল আৰম্ভ হোৱাৰ লগে লগে মানুহে গাজৰৰ হালোৱা খায়। বিয়া আৰু পাৰ্টিতো গাজৰৰ হালোৱা অতিথিক খুৱায় ভালপায় মানুহে। গাজৰ কেঁচাকৈ খালে বহু লাভ পোৱা যায়। মাটিৰ তলত উৎপাদিত এই পাচলি কেঁচাকৈ খালে ই বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

কেঁচা গাজৰ খোৱাৰ উপকাৰিতা

১/ ছালখন জিলিকি থাকিবঃ গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে, যিটো ছালৰ স্বাস্থ্যৰ বাবে উপকাৰী। ই ছালখনক উজ্জ্বল কৰি তোলাত সহায় কৰে আৰু সৌন্দৰ্য্য প্ৰদান কৰে। যদি আপোনাৰ ছালখন নিস্তেজ হয় তেন্তে নিশ্চিতভাৱে গাজৰ খাব।

২/ আঁহযুক্তঃ গাজৰত ভাল পৰিমাণৰ আঁহ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা ৰোধ কৰে। যদি আপুনি প্ৰায়ে পেটৰ সমস্যাত ভুগি থাকে তেন্তে গাজৰ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

৩/ কৰ্কট ৰোগ প্ৰতিৰোধঃ গাজৰে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। গাজৰত ভাল পৰিমাণৰ এন্টিঅক্সিডেন্ট থাকে যিয়ে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে, আৰু তাৰ পিছত কেন্সাৰ হোৱাৰ সম্ভাৱনা কমি যায়।

৪/চকু সুস্থ হ'বঃ গাজৰত ভিটামিন এৰ ভাল পৰিমাণে চকুৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। চকুৰ দৃষ্টিশক্তি বজাই ৰখাতো ই সহায়ক। কুকুৰীকণা ৰোগৰ পৰাও ৰক্ষা কৰে।

৫/ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি হ’বঃ গাজৰত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। এই কাৰণেই গাজৰক হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনাও কমি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক