--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মঙলবাৰৰ দিনটোত বজাৰত হ্ৰাস পালে সোণ আৰু ৰূপৰ মূল্য৷ যদি আপুনি বজাৰ কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে এইটো এটা ভাল সুযোগ আহিছে আপোনাৰ বাবে৷ মাল্টি কম’ডিটী এক্সচেঞ্জত সোণৰ মূল্য ০.১৯ শতাংশ হ্ৰাস পাইছে আৰু ৰূপৰ মূল্য ০.৪৫ শতাংশ হ্ৰাস পাইছে৷

হ্ৰাস পালে সোণ আৰু ৰূপৰ মূল্য৷


মঙলবাৰৰ দিনটোত প্ৰতি ১০ গ্ৰামত ০.১৯ শতাংশ হ্ৰাস হৈ ৪৬,৭৯৭ টকা হৈছে। ৰূপ ০.৪৫ শতাংশ হ্ৰাস পাইছে।১ কিলোগ্ৰাম ৰূপৰ মূল্য হৈছে ৬০,৮৬০ টকা। বিগত বৰ্ষৰ তুলনাত ৯৪০০ টকা মূল্য হ্ৰাস হৈছে। ২০২০ চনত, ১০ গ্ৰাম সোণৰ মূল্য বিগত বছৰৰ একে সময়ছোৱাত ৫৬,২০০ টকা স্পৰ্শ কৰিছিল। এমচিএক্সত সোণ প্ৰতি ১০ গ্ৰামত ৪৬৭৯৭ টকা, অৰ্থাৎ এতিয়াও প্ৰায় ৯৪০০ টকা সস্তা হৈছে৷

তদুপৰি আপুনি এতিয়া ঘৰতে বহি কৰিব পাৰে সোণৰ বিশুদ্ধতাৰ পৰীক্ষা৷ সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ চৰকাৰে বি আই এছ কেয়াৰ নামৰ এটা ‘এপ’ৰ সৃষ্টি কৰিছে। এই এপটোত সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাৰ লগতে ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগো দাখিল কৰিব পাৰিব গ্ৰাহকে। সোণৰ সমান্তৰলাকৈ হ্ৰাস পাইছে ৰূপৰ মূল্যও৷ মঙলবাৰৰ দিনটোত ৰূপৰ মূল্য ০.৪৫ শতাংশ হ্ৰাস হৈ প্ৰতি কিলোগ্ৰামত ৬০,৮৬০ টকা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে