--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰত তেওঁলোকৰ হাতৰ আখৰ অতি গুৰুত্বপূৰ্ণ। যদি হাতৰ আখৰ ভাল হয় তেন্তে এজন পঢ়াত দুৰ্বল ছাত্ৰইও পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব পাৰে। হাতৰ আখৰৰ বাবে শিক্ষকসকলেও এনে ছাত্ৰ-ছাত্ৰীক প্ৰশংসা কৰে। আজি আমি আপোনালোকক এনে এগৰাকী ছাত্ৰীৰ বিষয়ে ক'ম, যাৰ হাতৰ আখৰক বিশ্বৰ শ্ৰেষ্ঠ হাতৰ আখৰ হিচাপে গণ্য কৰা হৈছে। সেই ছাত্ৰীগৰাকী নেপালৰ আৰু তাইৰ নাম প্ৰকৃতি মল্লা।

প্ৰকৃতি মল্লাৰ বয়স এতিয়া ১৬ বছৰ। ১৪ বছৰ বয়সত অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়ত তেওঁৰ এখন গৱেষণা পত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। সেই কাগজখনৰ হাতৰ আখৰ এনেকুৱা আছিল যে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। প্ৰকৃতিৰ হাতৰ আখৰ দেখি মানুহ আচৰিত হৈ পৰিল। বহুত প্ৰশংসা কৰিলে।

২০২২ চনত নেপালত থকা সংযুক্ত আৰব আমিৰশ্বাহীৰ দূতাবাসে প্ৰকৃতি মাল্লা সন্দৰ্ভত টুইট কৰিছিল। সেই টুইট অনুসৰি, ‘ইউ এ ই ইউনিয়নৰ ৫১ সংখ্যক স্পিৰিট উপলক্ষে নেপালী কিশোৰী প্ৰকৃতি মল্লাক বিশ্ব শ্ৰেষ্ঠ হস্তলিপি বঁটাৰে সন্মানিত কৰা হৈছে।’ ইউ এ ইৰ দূতাবাসৰ বিষয়াসকলেও প্ৰকৃতি মাল্লাক সন্মান জনাইছিল।

সৈনিক আৱাসিক মহাবিদ্যালয়ত অধ্যয়ন কৰা এগৰাকী অতি আশাব্যঞ্জক ছাত্ৰী প্ৰকৃতি মাল্লা। তেওঁৰ হাতৰ আখৰৰ শৈলীও বহুত বেলেগ, যাৰ বাবে তেওঁৰ হাতৰ আখৰ আটাইতকৈ সুন্দৰ। তেওঁৰ হাতৰ আখৰে সকলোকে মোহিত কৰি আহিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত