--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ২৪ ছেপ্তেম্বৰত উদয়পুৰত পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাৰ ৰাজকীয় বিবাহ সম্পন্ন হয়। এই বিবাহ অনুষ্ঠানৰ বহু ছবি আৰু ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইফালে তেওঁলোকৰ বিবাহ অভ্যৰ্থনা অনুষ্ঠানত পৰিবেশন হ’বলগীয়া খাদ্যৰ মেনুও প্ৰকাশ পাইছে।

আচলতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ আছে। য’ত বিয়া এখনত সজোৱা ব্ৰেকফাষ্ট বুফে দেখা গৈছে। এই ভিডিঅ'টোত ডিম ছাম, কেক আৰু কুলফিৰ দৰে সুস্বাদু বস্তুৰ পৰা পুৰণি দিল্লীৰ বিখ্যাত কাবাবলৈকে দেখা গৈছে। ইয়াৰ উপৰিও বিয়াত অতিথিসকলক হেজেলনাট গেটৱে, ডাৰ্ক ট্ৰাফেল পেষ্ট্ৰি, ফালাফল উইথ ৰেড বিট্ৰুট হামাছ, মিনি বাৰ্গাৰ, শসা মিনি চেণ্ডউইচ, আলু ৱেজ, মিল্ক কেক, আলু পিঁয়াজৰ কাচোৰী আদি খাদ্যও পৰিবেশন কৰা হয়।

 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Instant Bollywood (@instantbollywood)

উল্লেখ্য যে ২৪ ছেপ্তেম্বৰত ৰাজস্থানৰ উদয়পুৰৰ দ্য লীলা পেলেচ হোটেলত ৰাঘৱ আৰু পৰিনীতি চোপ্ৰাৰ বিবাহ সম্পন্ন হৈছিল। দুয়োৰে ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ উপস্থিতিত বিবাহপাশত উপস্থিত আছিল। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিয়াৰ বহু ভিডিঅ’ আৰু ছবি। য’ত পৰিনীতিয়ে দৰা ৰাঘৱক মৰমেৰে ওপচাই দেখা গৈছে। বিয়াত পৰিনীতিয়ে পৰিধান কৰিছিল বিখ্যাত ডিজাইনাৰ মনীষ মালহোত্ৰাৰ লেহেংগা। 


স্মৰ্তব্য যে বিয়াৰ পাছত দম্পতীহাল কালি অৰ্থাৎ ২৫ ছেপ্তেম্বৰত দিল্লীত উপস্থিত হয়। য'ত পৰিনীতিক শহুৰেকৰ ঘৰত উষ্ম আদৰণি জনোৱা হয়। এই সময়ত পৰিনীতিক পৰম্পৰাগত ৰূপত দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement