--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তীব্ৰ বিতৰ্কৰ অন্তত পদত্যাগ কৰিছে দিল্লীৰ অৰবিন্দ কেজৰিৱাল কেবিনেটৰ সামাজিক কল্যাণ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমে যোৱা সপ্তাহত এটা ধৰ্মান্তৰকৰণ অনুষ্ঠানত উপস্থিত থকাৰ পাছতে বিজেপিৰ ফালৰ পৰা তীব্ৰ সমালোচিত হৈছিল মন্ত্ৰীগৰাকী অৱশেষত দেওবাৰে তেওঁ পদত্যাগ কৰে

পদত্যাগ পত্ৰত তেওঁ লিখে যে এনেধৰণৰ ধৰ্মান্তৰকৰণ অনুষ্ঠানসমূহ দেশৰ কোটি কোটি জনতাৰ মাজত চলি আহিছে কিন্তু এতিয়া বিজেপিয়ে ইয়াক এটা ইচ্যু কৰি লৈছে বিজেপিয়ে তেওঁ আৰু তেওঁৰ দলক উপহাস কৰা বুলিও মন্ত্ৰীগৰাকীয়ে ক্ষোভ ব্যক্ত কৰে

উল্লেখযোগ্য যে দিল্লীৰ ঝাণ্ডেৱালানৰ আম্বেদকাৰ ভৱনত অশোকা বিজয় দশমীত মন্ত্ৰীগৰাকী উপস্থিত আছিল বুদ্ধিষ্ট চাইটি অৱ ইণ্ডিয়া আৰু মিছন জয় ভীম নামৰ দুটা সামাজিক গোটে আয়োজন কৰা উক্ত বছৰেকীয়া অনুষ্ঠানতে ১০,০০০ লোকে হিন্দু লোকে বুদ্ধ ধৰ্ম আঁকোৱালি লয় এই ধৰ্মান্তৰকৰণ অনুষ্ঠানটোত মন্ত্ৰীগৰাকী উপস্থিত থকাৰ উপৰিও শপত লোৱাও দেখা যায়

ইয়াৰ পাছতে বিজেপিয়ে অভিযোগ কৰিছিল যে আম আদমী পাৰ্টিয়ে ইয়াৰ হিন্দুৰ ভাৱাবেগক আঘাট হানিছে সেইবাবে মন্ত্ৰীগৰাকীক কেবিনেটৰ পৰা বাদ দিবলৈ দাবী উত্থাপন কৰিছিল কেৱল সেয়াই নহয়, দিল্লী বিজেপিৰ এগৰাকী নেতাই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰো কাষ চাপিছিল


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক