--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দলীয় অন্তঃকন্দলেৰে জৰ্জৰিত হৈ উঠাৰ উপক্ৰম হৈছে ৰাষ্ট্ৰীয় জনতা দল, চমুকৈ আৰজেডি। দেওবাৰে নতুন দিল্লীৰ এনডিএমচি কনভেচন চেণ্টাৰত অনুষ্ঠিত হোৱানতুন দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত ইয়াৰ উমান পোৱা গৈছে।

বাতৰি অনুসৰি, আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ সন্তান তথা বিহাৰৰ কেবিনেট মন্ত্ৰী তেজ প্ৰতাপ যাদৱে কাৰ্যনিৰ্বাহক সভাখনত বিস্ফোৰক ভাষ্য প্ৰদান কৰে।

তেজপ্ৰতাপে কয় যে দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্যাম ৰজক এগৰাকী আৰএছএছৰ এজেণ্ট। দেএই বিস্ফোৰক ভাষ্য প্ৰদান কৰাৰ পাছতে তেজ প্ৰতাপে সভাস্থলী ত্যাগ কৰে।

সভাস্থলী ত্যাগ কৰাৰ পাছতো তেজ প্ৰতাপে কেইবাটাও বিস্ফোৰক ভাষ্য প্ৰদান কৰে। অভিযোগ কৰে যে সভাস্থলীতেসভাস্ শ্যাম ৰদৰজকে তেওঁক অপমান কৰাৰ লগতে তেওঁৰতেওঁৰ ব্যক্তিগত সহায়ক আৰুব্যব ভগ্নীকো আপত্তিজনক আচৰণ কৰিছিল।

ইয়াৰ সমগ্ৰ ঘটনাটোৰ অডিঅ ৰেকৰ্ডিঙো তেওঁৰ হাতত মজুত আছে বুলি জনায়। লগতে আৰএছএছ-বিজেপিৰ এজেণ্টআৰএছ শ্যাম ৰজকক দলৰ পৰা বৰ্খাস্ত কৰিবলকৰিবলৈও তেওঁ দাবী জনায়।

আনহাতে, ৰজকেও ইয়াৰ প্ৰত্যুত্তৰ আগআগবঢ়াইছে। সংবাদমাধ্যমৰ আগত তেওঁনসংব কয় যে এজন শক্তিশালী লোকৰ যিকোনো কথা কোৱাৰ অধিকাৰ থাকে। কিন্তু তেওঁ দলিত হোৱা বাবে এই সুবিধাৰ পৰা বঞ্চিত।

উল্লেখযোগ্য যে নতুন দিল্লীত দুদদুদিনীয়াকৈ আৰজেডিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ আছে। সূত্ৰ অনুসৰি, লালু প্ৰসাদ যাদৱে উক্ত সভাতে আৰজেডিৰ বিহাৰৰ নতুননতুন ৰাজ্যিক সভাপতি নিযুক্ত কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক