--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মিৰাটত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।  বায়েকৰ  বিয়াত নৃত্য কৰি কৰিয়েই  এগৰাকী ১৮ বছৰীয়া কিশোৰীয়ে মৃত্যুৰ কোলাত ঢলি পৰে।  ছোৱালীজনীক ৰিমছা বুলি চিনাক্ত কৰা হৈছে। ৰিমছাই বায়েকৰ বিয়াৰ  'হালধি অনুষ্ঠান' (বিবাহৰ পূৰ্বৰ অনুষ্ঠান)ত নৃত্য কৰি আছিল।

 ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে  এই শোকাৱহ ঘটনাটোৰ  ভিডিঅ'ত । ভিডিঅ'ত দেখা গৈছে যে ৰিমছাই তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে নৃত্য কৰি আছিল।  
 


কিন্তু হঠাতে তেওঁ মজিয়াত বাগৰি পৰে। লগে লগে তেওঁৰ মৃত্যু ঘটে। ভিডিঅ’ত দেখা গৈছে যে ছোৱালীজনীয়ে মজিয়াত ঢলি পৰাৰ পূৰ্বে বুকুত হাত দিছিল। হয়তো তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। ৰিমছাৰ এনে আকষ্মিক মৃত্যু সমগ্ৰ এলেকাটোতে শোকৰ ছাঁ পেলাইছে। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ