--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে নিশা সন্দেহজনক ড্ৰাগছ উদ্ধাৰ হোৱাৰ পাছতে হোৱাইট হাউছৰ ৱেষ্ট উইঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।প্ৰাথমিক তদন্তত এই পদাৰ্থবিধক কোকেইন বুলি জানিব পৰা গৈছে। ইয়াৰ পাছত হোৱাইট হাউছ খালী কৰি সাময়িকভাৱে বন্ধ কৰি দিয়া হয়।

হোয়াইট হাউছত যেতিয়া কোকেইন উদ্ধাৰ কৰা হৈছিল, তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন তাত উপস্থিত নাছিল। সেই সময়ত ৰাষ্ট্ৰপতিজন ‘কেম্প ডেভিদ’ত আছিল। দৰাচলতে বাইডেন আৰু তেওঁৰ পৰিয়াল শুকুৰবাৰে কেম্প ডেভিদলৈ ৰাওনা হয় আৰু মঙলবাৰে হোৱাইট হাউছলৈ উভতি যায়।

এই কাণ্ড সন্দৰ্ভত বিষয়াসকলে কয় যে দেওবাৰে চোৰাংচোৱা সেৱাৰ এজেণ্টসকলে নিয়মীয়া তদন্ত চলাই আছিল, যেতিয়া তেওঁলোকে হোৱাইট হাউচৰ পশ্চিম উইঙত বগা গুড়ি পাইছিল আৰু প্ৰাথমিক তদন্তত এই পদাৰ্থটো কোকেইন বুলি ধৰা পৰিছিল। অৱশ্যে পশ্চিম শাখাৰ কোনো কার্যালয়ত এই পদাৰ্থ পোৱা নাই৷তাৎপৰ্যপূৰ্ণভাৱে কওঁ যে ৰাষ্ট্ৰপতি জো বাইডেন বাস কৰা কাৰ্যবাহী অট্টালিকাৰ সৈতে পশ্চিম উইং সংযুক্ত।

এছ’চিয়েটেড প্ৰেছৰ প্ৰতিবেদন অনুসৰি দেওবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই ঘটনা। কোকেইন পোৱাৰ পাছত হোৱাইট হাউছ কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হয় যদিও অতি সোনকালেই পুনৰ মুকলি কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস