--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম চৰ্চিত অভিনেত্ৰী কংগনা ৰানাৱট। এইবাৰ ধনকুবেৰ ইলন মাস্কক প্ৰেমৰ পৰামৰ্শ দিলে বলিউডৰ কুইনে! প্ৰসংগক্ৰমে হৃতিক ৰোশনৰ স’তে থকা তেওঁৰ প্ৰেমৰ কথাও ক'লে!

শেহতীয়াকৈ ইলনে নিজৰ প্ৰেমৰ বিষয়ে টুইট কৰি লিখিছে- ''প্ৰেমত আঘাত পোৱাটো এনে এক অনুভৱ যেতিয়া আপুনি জানে যে তেওঁলোকে ধনৰ বাবে প্ৰেমৰ অভিনয় কৰিছে। আৰু বাৰে বাৰে আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আছে।’’

এলন মাস্কৰ এই প্ৰেমৰ বাণী শুনি কংগনাই নিজকে ধৰি ৰাখিব নোৱাৰিলে।  বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে এলনৰ টুইটটোত কয়- “মোৰ দৰে নাটকীয় জীৱন আন কাৰোৰে নাই বুলি মই ভাবো। ইণ্ডাষ্ট্ৰীৰ সকলো মাফিয়াই মোক প্ৰেম কৰাৰ বাবে প্ৰায় জেলত ভৰাই থৈছিল।''

অভিনেত্ৰীগৰাকীৰ এই টুইটটো দেখি বহুতে চৰ্চা কৰি আছে। প্ৰায় সকলোৱে ভাবিছে যে এই টুইটৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে প্ৰকৃততে হৃতিকৰ প্ৰতি থকা প্ৰেমৰ কথা কৈছে! ‘কৃষ-২’ ছবিৰ সময়ৰ পৰাই দুয়ো প্ৰেমত পৰিছিল। তেওঁলোকৰ সম্পৰ্কক লৈ চৰ্চাৰ সৃষ্টি হৈছিল। পৰিস্থিতি এনেকুৱা যে হৃতিক আদালতৰ কাষ চাপিব লগা হয়।

সেই সকলোবোৰ এতিয়া অতীতৰ কথা। বৰ্তমান ছাবা আজাদৰ সৈতে জীৱনৰ বাকী সময় কটাবলৈ পৰিকল্পনা কৰিছে অভিনেতাগৰাকীয়ে। আনহাতে, সেই ঘটনাৰ পিছৰে পৰা কংগনাই নিজকে ‘চিংগল’ বুলি অভিহিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ