--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ পানী হঠাৎ  ঘোলা হৈ পৰাত পুনৰ চৰ্চালৈ আহিছে চীন। প্ৰশ্ন উত্থাপন হৈছে পুনৰ ব্ৰহ্মপুত্ৰৰ উৎসত বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে নেকি চীনে, চিয়াং নদীৰ জলস্তৰ বৃদ্ধি নোহোৱাকৈ কিহৰ বাবে এই পৰিৱৰ্তন?

শুক্ৰবাৰে সন্ধিয়াৰ পৰা হঠাৎ চিয়াং নদীৰ পানী ঘোলা হৈ পৰে। ৰঙা চীনে ব্ৰহ্মপুত্ৰৰ উৎস চাংপোত বান্ধ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ ফলতে নদীখনৰ এনে পৰিৱৰ্তন হৈছে নেকি তাক লৈও কৌতূহল হৈছে। ইয়াৰ পৰিৱৰ্তে তিব্বতৰ ভূমিস্খলনৰ ফলতো চিয়াং নদীৰ পানী পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক