--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কৰ্মচাৰীসকলক “সামাজিক মাধ্যম অথবা সংবাদ মাধ্যমৰ সৈতে বা অন্য ঠাইত কোম্পানীটোৰ গোপনীয় তথ্যৰ বিষয়ে আলোচনা কৰা”ৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে যদিও যোৱা দুদিন ধৰি বহু কৰ্মচাৰীয়ে টুইটাৰৰ পৰা পদত্যাগ কৰিছে।

টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে কৰ্মচাৰীসকলৰ প্ৰতি নতুন জাননী জাৰী কৰাৰ লগে লগে টুইটাৰত পুনৰ সংকট আৰু অধিক বৃদ্ধি পাইছে। কৰ্মচাৰীসকল অহা ২১ নৱেম্বৰ সোমবাৰলৈকে তেওঁলোকৰ কাৰ্যালয়ৰ পৰা লক আউট হৈ আছে।

সংবাদ প্ৰতিষ্ঠান বিবিচিয়ে দেখা এটা বাৰ্তাত উল্লেখ কৰা হৈছে যে টুইটাৰৰ কাৰ্যালয় তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হৈছে। এই পদক্ষেপৰ আঁৰত কোনো কাৰণ দিয়া হোৱা নাই আৰু অহা সপ্তাহত কাৰ্যালয়টো পুনৰ মুকলি হ’ব।

বাৰ্তাটোত কৰ্মচাৰীসকলক “সামাজিক মাধ্যম অথবা সংবাদ মাধ্যমৰ সৈতে বা অন্য ঠাইত কোম্পানীটোৰ গোপনীয় তথ্যৰ বিষয়ে আলোচনা কৰা”ৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে যদিও যোৱা দুদিন ধৰি বহু কৰ্মচাৰীয়ে টুইটাৰৰ পৰা পদত্যাগ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক