--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী৷ পূৰ্ণ গতিত চলিছে শেষ মুহূৰ্তৰ প্ৰস্তুতি৷ মহাৰাষ্ট্ৰত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাইছে যুৱনেতা কানহায়া কুমাৰে৷ নিৰ্বাচনী সভাত কংগ্ৰেছ নেতা কানহায়া কুমাৰে দেৱেন্দ্ৰ ফদনৱীছে বিভাজনকাৰী বাৰ্তা প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ 

বিজেপিৰ মতে দেশক উগ্ৰবাদৰ পৰা ৰক্ষা কৰিব লাগিব, সংখ্যালঘুৰ চৰণীয়া পথাৰ হ’বলৈ দিব নোৱাৰি। বিজেপিৰ এই মতৰ প্ৰত্তুত্যৰ দি কয় দেশ আৰু সমাজ ৰক্ষাৰ দায়িত্ব কেৱল সাধাৰণ মানুহৰহে নেকি? কানহাইয়া কুমাৰে কটাক্ষ কৰি কয় যে উপ-মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইনষ্টাগ্ৰাম ৰিল বনোৱাত ব্যস্ত তেনে সময়ত জনসাধাৰণে কিয় ধৰ্ম ৰক্ষাৰ বাবে দায়বদ্ধ হ’ব৷

কংগ্ৰেছৰ যুৱ লেতাগৰাকীয়ে বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী ফদনৱীছক লক্ষ্যকৰি কয় যে ‘নেতাসকলে যিদৰে ধৰ্ম ৰক্ষাৰ কথা কৈ আহিছে। যদিহে ইয়াক ধৰ্মীয় যুদ্ধ বুলি ধৰা হয়৷ তেতিয়া এই নেতাসকলৰ পুত্ৰ-কন্যাই ধৰ্ম বচাবলৈ আহিব নেকি এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিব নে নাই বুলি প্ৰশ্ন কৰে৷

অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে ধৰ্ম বচাবলৈ যোগদান কৰিব নে? তেওঁ বিচিচিআইত আইপিএলৰ দল গঠন কৰিবলৈ লাগি আছে, আনহাতে ৰাইজক ড্ৰিম ১১ত দল বনাবলৈ কৈছে। তেওঁলোকে ক্ৰিকেটাৰ হোৱাৰ সপোন দেখুৱাইছে, কিন্তু শেষত জুৱাৰী হিচাপে শেষ হৈ গৈছে বুলি সৰৱ হৈ পৰে জেএনইউৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতিগৰাকী।

কানাহায়া কুমাৰৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই কয় যে ফদনৱীছৰ পত্নীৰ বিৰুদ্ধে কৰা মন্তব্যক প্ৰতিগৰাকী মাৰাঠী মহিলাৰ অপমান বুলি অভিহিত কৰি কানহাইয়াক সন্ত্ৰাসবাদী আৰু সংসদ আক্ৰমণৰ দোষী আফজল গুৰুৰ সমৰ্থক বুলি বক্তব্য দাঙি ধৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ