--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  হত্যাকাৰীৰ হত্যাৰ লক্ষ্য আছিল পিতৃ-মাতৃ আৰু ভাতৃ। হত্যাৰ পৰিকল্পনা কৰা  যুৱকজনে ভাড়াতীয়া হত্যাকাৰীও আনিছিল। কিন্তু ভাড়াত অনা  হত্যাকাৰীয়ে  ভুলবশতঃ   তেওঁৰ ঘৰলৈ অহা তিনিজন আত্মীয়ক হত্যা কৰি থা গ 'ল।। এই ভয়ংকৰ ঘটনাটো  সংঘটিত হৈছে কৰ্ণাটকত। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তজনক বিনায়ক বাকালে বুলি চিনাক্ত কৰা হৈছে। 

মাটি আৰু সম্পত্তিক লৈ তেওঁৰ মাক দেউতাক আৰু ভায়েকৰ সৈতে বিবাদ হৈছিল। বিনায়কে সম্পত্তি দখল কৰিবলৈ ঘৰৰে  তিনিজন লোকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। তেওঁ ৬৫ লাখ টকা খৰচ কৰি  এজন হত্যাকাৰীকো নিয়োগ কৰিছিল। কিন্তু দুৰ্বৃত্তই হত্যা কৰিব লগা লোকসকলক চিনাক্ত কৰিব পৰা  নাছিল। সেয়ে  দুৰ্বৃত্তই ঘৰলৈ অহা তিনিজন আত্মীয়কে  হত্যা কৰে। 

ঘটনাটোৱে আলোড়নৰ সৃষ্টি কৰিছে। বিনায়কে তেওঁৰ দেউতাক প্ৰকাশ বাকাল, প্ৰকাশৰ দ্বিতীয়া পত্নী সুনন্দা আৰু তেওঁলোকৰ পুত্ৰ কাৰ্তিকক  হত্যা কৰি সমস্ত সম্পত্তি হস্তগত কৰিব বিচাৰিছিল।  বিনায়ক প্ৰকাশ বাকালৰ প্ৰথমা পত্নীৰ পুত্ৰ। আৰক্ষীয়ে  ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement