--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়াও হিজাব বিৰোধী আন্দোলনত উত্তাল হৈ আছে ইৰান। মাচা আমিনিৰ মৃত্যুৰ পাছত এই আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে এজন ইছলামিক ধৰ্মগুৰুৱে ৰাস্তাৰে খোজকাঢ়ি আহি থাকোতেই প্ৰতিবাদকাৰী এজনে অকস্মাৎ মূৰৰ পাগুৰি খুলি পেলাইছে। ইয়াৰ দ্বাৰা প্ৰতিবাদকাৰীজনে ইৰানৰ প্ৰশাসনৰ ওপৰত প্ৰতিকী প্ৰতিবাদ সাব্যষ্ট কৰিছে।

ধৰ্মগুৰুজনৰ পাগুৰি খোলাৰ পাছত স্বাভাৱিকভাৱেই প্ৰতিবাদকাৰীজন গুছি যায়। হতভম্ব হৈ পৰে ধৰ্মগুৰুজন।

উল্লেখ্য যে ১৬ ছেপ্টেম্বৰত হিজাব নিপিন্ধাৰ বাবেই মাছা আমিনিক আৰক্ষীয়ে মাৰ ধৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ৰাজপথলৈ উলাই আহে ইৰানৰ সচেতন নাৰীসকল।

তাৰপাছৰে পৰা দেশখনত হিজাব বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰি আছে। প্ৰশ্ন উঠিছে যে জনতাৰ এই জাগৰণৰ সমুখত ইৰানৰ মোল্লাতন্ত্ৰ বাচি থাকিবনে!

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক