--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৭১ চনত ‘আনন্দ’ ছৱিখনে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। হৃষীকেশ মুখোপাধ্যায় পৰিচালিত চিনেমাখনত অভিনয় কৰিছিল ৰাজেশ খান্না আৰু অমিতাভ বচ্ছনে। উক্ত চিনেমাখনৰ শ্বুটিঙত হোৱা এটা সৰস ঘটনাৰ সোঁৱৰণ কৰিছে বিগবিয়ে।

‘কৌন বনেগা ক্ৰোৰপতি’ৰ মঞ্চত সোঁৱৰণ সেই বিশেষ ঘটনাটো হৈছে অমিতাভ বচ্ছনৰ ওঁঠক কেন্দ্ৰ কৰি। এগৰাকী মহিলা প্ৰতিযোগীয়ে বিগবিৰ ওঁঠৰ প্ৰশংসা কৰাত বিগবিয়ে কয় যে তেওঁৰ ওঁঠ এতিয়াই নহয়, আগৰে পৰা অস্বাভাৱিক ধৰণে ৰঙা আছিল।

“এবাৰ ‘আনন্দ’ৰ শ্বুটিংস্থলীত কেমেৰাৰ সমুখল গৈছো। শ্বট লোৱাৰ পাছতে ছৱিৰ পৰিচালক আৰু কেমেৰামেনে চিঞৰি উঠিল যে কিয় মই লিপষ্টিক লগাইছো ওঁঠত?”

তেতিয়া বিগবিয়ে জনায় যে তেওঁ ওঁঠৰ ৰঙেই তেনেধৰণৰ। ঘটনাটো সোঁৱৰণ কৰাৰ পাছত হাঁহিত ফাটি পৰে বিগ বি আৰু কেবিচিত উপস্থিত থকা সকলো প্ৰতিযোগী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক