--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে মণিপুৰৰ ইথাম গাঁৱত আৰম্ভ কৰা অভিযানৰ সময়ত কেৱাইকেএল (কংলেই ইয়াৱল কান্না লুপ) বিদ্ৰোহী গোটৰ ১২ জন ধৃত কেডাৰক গতাই দিবলৈ বাধ্য হয় নিৰাপত্তা বাহিনী।স্পেয়াৰ কৰ্পছে টুইটাৰত গৈ এই অভিযানৰ সবিশেষ জনাই কয় যে এই অভিযান নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰম্ভ কৰা হৈছিলবিবৃতিটোত সেনাই উল্লেখ কৰিছে যে মহিলা আৰু এগৰাকী স্থানীয় নেতাৰ নেতৃত্বত প্ৰায় ১২০০-১৫০০ লোকৰে গঠিত এটা দলে সেনাবাহিনীক ঘেৰি ধৰে।

নিৰাপত্তা বাহিনীক বৈধ অভিযান আগবঢ়াই নিবলৈ অনুমতি দিবলৈ আক্ৰমণাত্মক গোটটোক বাৰে বাৰে আবেদন জনোৱাৰ পাছতো গোটটো নিজৰ স্থিতিত অটল থাকে৷ইমান বৃহৎ আৰু উত্তেজিত গোটৰ বিৰুদ্ধে শক্তি ব্যৱহাৰ কৰাৰ সম্ভাৱ্য বিপদ আৰু হতাহতি হোৱাৰ সম্ভাৱনা বিবেচনা কৰি আটক কৰা ১২ জন কেডাৰৰ সকলোকে স্থানীয় নেতাক গতাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে বুলি সেনাই জনায়।

Image

সেনাই ব্যক্তিকেইজনৰ এজনক স্বয়ম্ভু লেফটেনেণ্ট কৰ্ণেল মইৰাংথেম টাম্বা বুলি চিনাক্ত কৰে, যাক উত্তম বুলিও জনা যায়, যিজন ২০১৫ চনত ৬ ড’গ্ৰা (৬ নং ড’গ্ৰা ৰেজিমেণ্ট)ৰ সৈতে জড়িত এম্বুছ গোচৰৰ মাষ্টাৰমাইণ্ডো আছিল।এই ঘটনাৰ শেষত সেনাই মণিপুৰৰ জনসাধাৰণলৈ আহ্বান জনাই শান্তি আৰু স্থিতিশীলতা গঢ়ি তোলাৰ বাবে আইন-শৃংখলা বজাই ৰখাত নিৰাপত্তা বাহিনীক সহায় কৰিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস