--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শৰীৰৰ বাবে প্ৰতিটো ভিটামিন অতি প্ৰয়োজনীয়। যদি 'ই' ভিটামিন দেহত পোৱা নাযায়, তেনেহ’লে বহুতো ৰোগে দেহত   দেখা দিয়ে। ভিটামিন 'ই' শৰীৰৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ। যদি শৰীৰত 'ই' ভিটামিনৰ অভাৱ হয়, তেন্তে বহু সমস্যাৰ সৃষ্টি হ’বলৈ ধৰে। আজি আমি এনে প্ৰায় ১০টা লক্ষণ আলোচনা কৰিম যাৰ জৰিয়তে দেহত কি ভিটামিনৰ অভাৱ হৈছে জানিব পাৰি । সময়মতে যদি মনোযোগ দিয়া নহয়, তেন্তে বহু সময়ত এই লক্ষণবোৰ ইমানেই গুৰুতৰ হৈ পৰে যে ই ব্যক্তিজনক বহুত বিচলিত কৰে। এনে লক্ষণৰ বিষয়ে জানো আহক।

পেশীৰ দুৰ্বলতা
স্পষ্টকৈ দেখা নোপোৱা
ভাগৰ লগা
অত্যধিক চুলি সৰা
পাচনতন্ত্ৰৰ বিঘিনি
ছাল শুকান হোৱা
ওঁঠ বা মুখ ফাটি যোৱা
ওজন হ্ৰাস হোৱা
ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা
পুনৰাবৃত্তিমূলক সংক্ৰমণ
উচ্চ চাপ

যদি আপোনাৰ ভিটামিন 'ই' অভাৱ আছে তেন্তে এইসমূহ খাদ্য অন্তৰ্ভূক্ত কৰক আপোনাৰ খাদ্যতালিকাত :
কচু, কণী, আলমণ্ড, বাদাম, সূৰ্যমুখী গুটি, আখৰোট, সেউজীয়া পাতৰ শাক-পাচলি, ব্ৰকলি, আম, পেঁপা আৰু সৰিয়হৰ তেল ভিটামিন ইৰ ভাল উৎস।

শৰীৰত যিকোনো ভিটামিনৰ ভাৰসাম্যপূৰ্ণ মাত্ৰা থকাটো অতি প্ৰয়োজনীয়। যদি কম হয় তেন্তে বহুতো ৰোগ ধৰা পৰে, লগতে বেছি হ’লেও আন সমস্যা হ’ব পাৰে। ভিটামিন ইৰ ক্ষেত্ৰতো একেই কথা। ইয়াৰ অধিক পৰিমাণে সেৱন কৰিলে বা শৰীৰত বেছিকৈ থাকিলে অত্যধিক ৰক্তক্ষৰণ আৰু ভাগৰুৱা হোৱাকে ধৰি বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। ভিটামিন ইৰ সুষম মাত্ৰাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement