--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোগৰ পৰা হাত সাৰিবলৈ আমি কিছুমান সৰল উপায় গ্ৰহণ কৰাটো ভাল। এনে কিছুমান প্ৰাকৃতিক প্ৰতিকাৰ আছে যিবোৰে আমাক সুস্থ সবল হৈ থকাত সহায় কৰে। আপুনি জানেনে যে পুৱা সাৰ পাই বাহি মুখত পানী খালে অৰ্থাৎ মুখ নুধুৱাকৈ পানী খালে দেহে বহুত উপকাৰ পায়। 

হয়, যদি আপুনি দাঁত ব্ৰাছ কৰাৰ আগতে পানী খায়, তেন্তে মুখত থকা লেলাউটি পানীৰ লগত মিহলি হৈ পেটলৈ গৈ ক্ষতিকাৰক বেক্টেৰিয়াক মাৰি পেলোৱাত সহায় কৰে।ইয়াৰ বাহিৰেও আপোনাৰ স্বাস্থ্যই বহুতো উপকাৰ পাব।  প্ৰতিদিনে পুৱা বাহি মুখত পানী খালে কি কি লাভ হয় জানো আহক।

দৈনিক পুৱা বাহি মুখত পানী খোৱাৰ উপকাৰিতা

১)বিষাক্ত পদাৰ্থ আঁতৰায়ঃ যদি আপুনি দৈনিক বাহি মুখত পানী খায় তেন্তে ই বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। প্ৰতিদিনে পুৱা দাঁত ব্ৰাছ কৰাৰ আগতে কুহুমীয়া পানী খালে মানুহৰ শৰীৰৰ ডিটক্স হৈ যায়। সেয়ে প্ৰতিদিনে পুৱা কুহুমীয়া পানী সেৱন কৰিব লাগে।

২) কিডনী সুস্থ কৰি ৰাখেঃ বাহি মুখত পানী খোৱাটো কিডনী সুস্থ কৰি ৰখাত অতি উপযোগী। পুৱা এনেদৰে পানী সেৱন কৰিলে কিডনী শক্তিশালী হোৱাৰ লগতে কিডনী সম্পৰ্কীয় বহুতো সমস্যা যেনে কিডনীত পাথৰ হোৱা সমস্যা আদি দূৰ কৰিব পাৰি।

৩) ছালৰ বাবে উপযোগীঃ পুৱা সাৰ পাই বাহি মুখত পানী খালে ছালৰ বহু সমস্যা দূৰ কৰাত অতি উপযোগী বুলি প্ৰমাণিত হ’ব পাৰে। আপোনালোকক ই ছালৰ ব্ৰণৰ সমস্যা দূৰ কৰাৰ লগতে মুখখন জিলিকি উঠাত সহায় কৰে।

৪) পেটৰ সমস্যা নোহোৱা কৰেঃ বাহি মুখত পানী খালে পেটৰ যিকোনো সমস্যা নোহোৱা হয়। গেছৰ সমস্যা দূৰ হয়। বাহি মুখত পানী খালে বিপাকীয় ক্ৰিয়া সুস্থ কৰি তোলাত যথেষ্ট সহায়ক হয়। ই মেটাবলিক ৰেট বৃদ্ধি কৰাত সহায় কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক