--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জৈছে দিল্লীত আক্ৰমণৰ পূৰ্বে অক্টোবৰ মাহৰ শেষৰ সপ্তাহত 'তুহফল উল মমিনাত' নাম লৈ এটা অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰি, বিশেষকৈ ভাৰতীয় মহিলাক জিহাদীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল।

ডিজিটেল ডেস্ক : দিল্লীৰ লালকিল্লাৰ সমীপত বিস্ফোৰণৰ ঘটনাৰ পাছত নিৰাপত্তা সংস্থাসমূহে চলোৱা অনুসন্ধানত বহু ভয়াৱহ তথ্য পোহৰলৈ আহিছে। সূত্ৰসমূহে প্রকাশ কৰা মতে, পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ সদস্যই ভাৰতত মহিলাক জিহাদী প্রশিক্ষণ দিয়াৰ কামত নিয়োজিত কৰি আছে।


তদন্তত পোহৰলৈ আহিছে যে জৈছে দিল্লীত আক্ৰমণৰ পূৰ্বে অক্টোবৰ মাহৰ শেষৰ সপ্তাহত 'তুহফল উল মমিনাত' নাম লৈ এটা অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰি, বিশেষকৈ ভাৰতীয় মহিলাক জিহাদীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল। দিল্লীৰ বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত কৰাৰ বাবে আৰু ভাৰতত ফিডায়েন আক্রমণ চলোৱাৰ লক্ষ্যৰে জৈছৰ সদস্যই পুঁজি সংগ্ৰহ কৰি আছিল।


ন্যূনতম ৬৪০০ টকা অনুদান হিচাপে সংগ্রহ কৰিছিল জৈছৰ সন্ত্রাসবাদীয়ে। জৈছ-এ-মহম্মদৰ সন্ত্রাসবাদীয়ে এই ক্ষেত্রত বিশেষকৈ নিয়োজিত কৰে ভাৰতীয় মুছলমান মহিলাক। জৈছ-এ-মহম্মদে এই মহিলা সন্ত্রাসবাদীৰ দলটোৰ দ্বাৰা সমগ্ৰ ভাৰততে 'ফিডায়েন আক্ৰমণ'ৰ ব্লুপ্রিন্ট ৰচনা কৰিছিল।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ