--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা বৰ্ষৰ আগষ্ট মাহত বাংলাদেশত হোৱা প্রবল ছাত্র বিক্ষোভৰ পাছত শ্বেখ হাছিনা ক্ষমতাচ্যুত হৈছিল।

ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় দিয়াৰ পাছতেই বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰ সক্ৰিয় হৈ পৰিছে।


শ্বেখ হাছিনাক ভাৰতৰ পৰা বাংলাদেশলৈ প্রত্যর্পণ কৰাৰ ক্ষেত্ৰত অন্তৱৰ্তী চৰকাৰে ইণ্টাৰপলৰ সহায় ল'ব। দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী আৰু গৃহ মন্ত্রী আছাদুজ জামান খানক ভাৰতৰ পৰা বাংলাদেশলৈ প্রত্যর্পণ কৰোৱাৰ ক্ষেত্রত বাংলাদেশ চৰকাৰে ইণ্টাৰপলৰ সহায় লোৱাৰ বাবে প্রস্তুতি চলাইছে।


মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে ভাৰত চৰকাৰক শ্বেখ হাছিনাক বাংলাদেশলৈ প্রত্যর্পণ কৰাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে যোৱা বৰ্ষৰ আগষ্ট মাহত বাংলাদেশত হোৱা প্রবল ছাত্র বিক্ষোভৰ পাছত শ্বেখ হাছিনা ক্ষমতাচ্যুত হৈছিল। তেওঁ বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লৈছিল।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ