--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ইণ্ডিয়া’ৰ বিৰুদ্ধে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব লাগিব মোদী চৰকাৰে। আই-এন-ডি-আই-এ (the Indian National Developmental Inclusive Alliance, চমুকৈ- I-N-D-I-A) নামেৰে পৰিচিত হ’বলৈ উলাইছে ঐক্যবদ্ধ বিৰোধী ফ্ৰণ্ট।

বেংগালুৰুত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰা ২৬টা দলে আজি এই সিদ্ধান্ত লয়। কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ২০২৪ চনৰ বাবে "মোডী বনাম ইণ্ডিয়া যুদ্ধ’’ বুলি অভিহিত কৰিছে।

"আমি সংবিধান, ভাৰতীয়ৰ কণ্ঠ আৰু ভাৰতৰ ধাৰণা ৰক্ষা কৰি আছো। ভাৰতৰ ধাৰণাৰ লগত যুঁজিব বিচৰা যিকোনো ব্যক্তিৰ কি হয় আপুনি জানে। ভাৰত সদায় সকলো যুঁজতে জয়ী হয়।’-এইদৰে কয় গান্ধীয়ে।

"যুদ্ধখন ভাৰতৰ দুটা ভিন্ন ধাৰণাক লৈ। দেশৰ কণ্ঠ স্তব্ধ কৰা হৈছে। গতিকে এই নামটো বাছি লোৱা হ'ল- I.N.D.I.A,"- তেওঁ লগতে কয়।

ৰাহুল গান্ধীয়েই এই নাম দিছে বুলি জাতীয়তাবাদী কংগ্ৰেছ দলৰ জিতেন্দ্ৰ আহৱাদে কয়। তেওঁ টুইটত লিখে- ''গান্ধীৰ সৃষ্টিশীলতাক শলাগ লৈছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস