--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইনত আৰ্থিক জালিয়াতিৰ ঘটনা বৃদ্ধি পাইছে। শেহতীয়াকৈ সংঘটিত হৈছে একেধৰণৰ ঘটনা। ইনষ্টাগ্ৰাম গ্ৰুপৰ সদস্য হৈ এগৰাকী যুৱতীয়ে ২.৭ কোটি টকা হেৰুৱালে।

যুৱতীগৰাকীয়ে যথেষ্ট দিনৰ পৰা অংশকালীন চাকৰি এটা বিচাৰিবলৈ চেষ্টা কৰি আছিল। কিন্তু পাব নোৱাৰিলে। হঠাৎ তেওঁ ইনষ্টাগ্ৰামত চাকৰিৰ বিজ্ঞাপন এটা দেখিলে। ইউটিউব ভিডিঅ' লাইক কৰাৰ ক্ৰিয়া। যুৱতীগৰাকীয়ে উৎসাহ প্ৰকাশ কৰিলে। তেওঁ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰি আবেদন জনায়। যুৱতীগৰাকীৰ পৰা এটা মেছেজ পোৱাৰ পিছত সংগঠনটোৱে যোগাযোগ কৰে। কাম আৰু দৰমহাৰ বিষয়েও আলোচনা কৰা হয়। যুৱতীগৰাকীক কোৱা হ’ল যে তাই প্ৰথমে কিছু টকা জমা কৰিব লাগিব। কিন্তু পিছত দৰমহাৰ লগতে দুগুণ ধন ঘূৰাই দিয়া হ’ব।

যুৱতীগৰাকীয়ে ২৫ হাজাৰ টকা জমা কৰি কাম আৰম্ভ কৰে। দৰমহাৰ লগতে তেওঁ মূল টকাতকৈ অতিৰিক্ত ৫ হাজাৰ টকা বেছিকৈ পায়। অধিক টকা পাই গোটেই কথাটো তেওঁৰ বাবে বিশ্বাসযোগ্য হৈ পৰিল। ইয়াৰ পিছত প্ৰতিবাৰেই যুৱতীগৰাকীক টকা বিচৰা হৈছিল, দুগুণ টকা ঘূৰাই পোৱাৰ আশাত তাই দিছিল। এদিন যুৱতীগৰাকীক কোৱা হ’ল যে ২.৫ কোটি টকা দিলে ৫ কোটি টকা ঘূৰাই পাব। ইমান টকাৰ লোভ চম্ভালিব পৰা নাছিল যুৱতীগৰাকীয়ে। ২৫ লাখ টকা দিলে। তেতিয়াৰ পৰাই তেওঁ কোম্পানীটোৰ সৈতে যোগাযোগ কৰিব পৰা নাই। যুৱতীগৰাকীয়ে স্থানীয় থানাত এজাহাৰ দাখিল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ