--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পূব আফ্ৰিকাৰ দেশ ইথিঅ'পিয়াত ৯০ লাখতকৈও অধিক শিশুৱে বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত হৈছে। দেশখনত চলি থকা সশস্ত্র সংঘর্ষ, প্রাকৃতিক দুর্যোগ, গোষ্ঠীগত সংঘর্ষ আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ ফলত বিদ্যালয় শিক্ষা ত্যাগ কৰা শিশুৰ সংখ্যা বৃদ্ধি হয় বুলি বিশেষজ্ঞসকলে প্রকাশ কৰিছে।

২০২৩ বর্ষত ইথিঅ'পিয়াত ৩৫,৪৪৪,৪৮২গৰাকী শিশুৱে বিদ্যালয়ৰ পথ গচকিব লাগিছিল যদিও ইয়াৰে মাত্ৰ ২২,৯৪৯,৫৯৭জন শিশুৱেহে বিদ্যালয়ত নামভর্তি কৰে। উল্লেখযোগ্য যে উক্ত বর্ষত বিদ্যালয়ত নামভর্তি কৰিবলগীয়া শিশুৰ ভিতৰত
৫২ শতাংশই প্রাথমিক বিদ্যালয়ত নামভর্তি কৰিবলগীয়া শিক্ষার্থী আছিল। 

২০২০ চনত দেশখনত প্রাদেশিক চৰকাৰ আৰু টাইগ্রে আঞ্চলিক চৰকাৰৰ মাজত সংঘটিত সশস্ত্র সংঘৰ্ষৰ লগতে প্রাকৃতিক দুৰ্যোগৰ ফলত ২০২৪ বৰ্ষৰ নৱেম্বৰ পৰ্যন্ত প্রায় ১০ হাজাৰ বিদ্যালয় বিধ্বস্ত হয় আৰু প্রায় ৬ হাজাৰ বিদ্যালয় বন্ধ কৰিবলগীয়া হয়। ইয়াৰ ফলত দেশখনৰ ছোমালী, টাইগ্রে, এমহাৰ, অৰুনিয়া আৰু এফাৰ অঞ্চলৰ শিশুসকল আটাইতকৈ বেছি ক্ষতিগ্রস্ত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক