--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় নাগৰিক সকলৰ বাবে আধাৰ কাৰ্ড অতি প্ৰয়োজনীয় নথি৷ আধাৰ কাৰ্ডত ৰৈ যোৱা বিসংগতি শুধৰাবলৈ চৰাকাৰে নিৰ্ধাৰণ কৰি দিয়া সময় সীমা তাৰিখ ২০২৪ চনৰ ১৪ ডিচেম্বৰলৈ দিয়া হৈছিল যদিও ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে আধাৰ সংশোধনীৰ বাবে আৰু ছমাহৰ সময়সীমা দিছে। নতুন সময়সীমা আনুসৰি ১৪ জুন, ২০২৫ত অন্ত পৰিব। MyAadhaar পৰ্টেলৰ জৰিয়তে এই বিনামূলীয়া সেৱা প্ৰদান কৰা হ'ব।

উল্লেখযোগ্য যে ২০১০ চনৰ ২৯ ছেপ্টেম্বৰত প্ৰথম আধাৰ প্ৰৱৰ্তন কৰা হয়। ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে ভাৰতীয়সকলক কেৱল আধাৰ কাৰ্ড লোৱাৰ বাবেই নহয়, প্ৰয়োজন সাপেক্ষে আধাৰ কাৰ্ডৰ তথ্য, যেনে বাসস্থান সলনি ইত্যাদি আপডেট কৰিবলৈও উৎসাহিত কৰি আহিছে।

বিশেষকৈ যিসকলে প্ৰথম আধাৰ প্ৰৱৰ্তনৰ সময়তে আধাৰ কাৰ্ড বনাইছিল।  তেওঁলোকক পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।

আধাৰৰ জৰিয়তে ৰাজহ/ভাট্টা ফাঁকি ৰোধ কৰাত পেন কাৰ্ডৰ লগতে আধাৰ নম্বৰ এতিয়া সকলো বিত্তীয় লেনদেনত ব্যৱহাৰ কৰা হয়, যাৰ ফলত বিশেষকৈ চৰকাৰী কল্যাণমূলক আঁচনিৰ ধন আৰু ৰাজহুৱা ধন চুৰি হোৱাৰ সম্ভাৱনা নাইকিয়া কৰাত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ