--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ভায়েগ্ৰা প্ৰয়োগ কৰি ইউক্ৰেইন যুদ্ধত জয়সাব্যষ্ট কৰিব বিচাৰে পুটিনে! ইউক্ৰেইন যুদ্ধত বন্দুক-বোমাৰ সমান্তৰালভাৱে ব্যৱহাৰ হৈছে যৌনশক্তিবৰ্ধক ভায়েগ্ৰাও। ৰাষ্ট্ৰসংঘৰ এগৰাকী সদস্যাই এই ভাষ্য আগবঢ়াইছে আৰু তাৰপাছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

প্ৰেমিলা প্যাটন নামৰ সদস্যাগৰাকীয়ে অভিযোগ কৰে যে ইউক্ৰেইনত নাৰীৰ ওপৰত ৰাছিয়াৰ সেনাই ব্যাপক যৌন অত্যাচাৰ চলাইছে। যৌন অত্যাচাৰো যুদ্ধৰ এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে ৰাছিয়াই। সেই উদ্দেশ্যেৰে ৰাছিয়াৰ সৈনিকসকলৰ বাবে ভায়েগ্ৰাও যোগাৰ কৰা হৈছে।

উল্লেখ্য যে ইউক্ৰেইনত নাৰীৰ ওপৰত যৌন অত্যাচাৰৰ বিষয়টোৱে শেহতীয়াকৈ শিৰোনামা দখল কৰিছে। ৰাষ্ট্ৰসংঘৰ ৰিপ’ৰ্ট অনুযায়ী, ফেব্ৰুৱাৰী মাহৰ এতিয়ালৈকে ৰাছিয়াৰ সেনাবাহিনীৰ বিৰুদ্ধে ১০০টাৰো অধিক ধৰ্ষণৰ অভিযোগ উঠিছে। তাৰ ভিত্তিতে প্ৰেমিলাই এই অভিযোগ আনিছে।

উল্লেখ্য যুদ্ধৰ সময়ত যৌন হিংসা কোনো নতুন নহয়। বিশ্বৰ বহুকেইখন যুদ্ধত ইয়াক দেখা গৈছিল। কিন্তু কি সঁচাকৈয়ে নিজৰ সেনাবাহিনীক ভায়েগ্ৰাৰ যোগান ধৰিছে নেকি পুটিনে? ইউক্ৰেইনৰ নাৰীৰ ওপৰত নিৰ্বিচাৰ যৌন অত্যাচাৰ চলাই দেশখনক মৃতপ্ৰায় কৰিব বিচাৰিছে নেকি ৰাছিয়াই?

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক