--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ উত্তৰাখণ্ডৰ বন বিভাগৰ গৱেষণা গোটে পশ্চিম হিমালয়ৰ উপত্যকাত এক নতুন মাংসভোজী উদ্ভিদৰ প্ৰজাতি আৱিস্কাৰ কৰিবলৈ সক্ষম হৈছে, যাৰ নাম ইউট্ৰিকুলাৰিয়া ফুৰ্চেলাটা (Utricularia furcellata) ৷ এই গৱেষণাপত্ৰখন প্ৰকাশ হৈছে“ দ্য জাৰ্ণেল অৱ জাপানীজ ব’টানীত”৷ উদ্ভিদবিদ্যা আৰু ইয়াৰ শ্ৰেণীবিভাজনৰ ক্ষেত্ৰখনত ১০৬ বছৰীয়া এই জাৰ্ণেলখনৰ এক সুকীয়া ঠাই আছে । সেয়ে ইয়াক উত্তৰাখণ্ডৰ বন বিভাগৰ এক উল্লেখযোগ্য সাফল্য বুলি অভিহিত কৰিব পাৰি ৷

ৰেঞ্জ অফিচাৰ হৰিশ নেগী আৰু জুনিয়ৰ ৰিচাৰ্চ ফেল’ মনোজ সিঙৰ তৎপৰতাত বন বিভাগৰ এটি গৱেষণা গোটে এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ।

এই উদ্ভিদৰ এনে প্ৰথম ৰেকৰ্ডিং কেৱল উত্তৰখণ্ডতে নহয়, সমগ্ৰ ভাৰতৰ পশ্চিম হিমালয় অঞ্চলত।  1986 চনৰ পিছত এই প্ৰজাতিটো ভাৰতৰ কোনো অংশৰ পৰা সংগ্ৰহ কৰিব পৰা নগ'ল।

বন বিভাগৰ মূখ্য সংৰক্ষক সঞ্জীৱ চতুৰ্বেদীয়ে এই সন্দৰ্ভত কয়, এনে বিৰল প্ৰজাতি উদ্ভিদৰ উদ্ভাৱন কেৱল উত্তৰখণ্ডতে নহয়, সমগ্ৰ ভাৰতৰ ভিতৰত পশ্চিম হিমালয় অঞ্চলত প্ৰথম ।  1986 চনৰ পিছত এই প্ৰজাতিটো ভাৰতৰ আন কোনো অঞ্চলৰ পৰা সংগ্ৰহ কৰিব পৰা নগ'ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ