--°C
Loading...
Listen to Article
2 min read
80%
২০১৬ চনত বলীউদৰ সৰবজীত নামৰ মৰ্মস্পৰ্শী  চিনেমাখনৰ কথা সকলোৰে মনত আছে ৷ এই চিনেমাত সৰবজীত সিঙৰ ভূমিকাত অভিনয় কৰিছিল ৰণদ্বীপ হুদা আৰু তেওঁৰ ভগ্নী দলজিত সিঙৰ ভূমিকা ৰূপায়ণ কৰিছিল ঐশ্বৰ্য ৰায়ে । পাক সেনাৰ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত পাকিস্তানত বন্দী জীৱন কটোৱা সৰবজীত সিঙৰ পাকসেনাৰ অৱৰ্ণনীয় অত্যাচাৰত অৱশেষত ২০১৩ চনত কাৰাৰুদ্ধ অৱস্থাতে মৃত্যু হৈছিল ৷

সৰবজীত সিঙৰ মুক্তিৰ বাবে দলজিত সিঙে যথেষ্ট কষ্ট স্বীকাৰ কৰিছিল ৷ সেই দলজিত সিঙৰে যোৱা ৰাতি হৃদৰোগত মৃত্যু হয় ।মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬০ বছৰ ৷

জানিব পৰা মতে, পঞ্জাৱৰ ভিখীবিন্দত আজি তেখেতৰ অন্তিম সংস্কাৰ কৰা হ’ব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ