--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই সন্দৰ্ভত সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলমিনৰ নেতা ছাদাব চৌহানে প্ৰশ্ন উত্থাপন কৰিছে।

ডিজিটেল ডেস্কঃ ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ মাজত এছিয়া কাপ ২০২৫ৰ মেগা মেচৰ পূর্বে ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে৷ 


পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ খেলখনক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। এই সন্দৰ্ভত সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলমিনৰ নেতা ছাদাব চৌহানে প্ৰশ্ন উত্থাপন কৰিছে।


এছিয়া কাপত ভাৰত-পাকিস্তানৰ খেলখন সন্দৰ্ভত এআইএমআইএমৰ মুখপাত্ৰ ছাদাব চৌহানে কয় যে, ‘পাহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে আমাৰ নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰি ভাৰতত ধৰ্মীয় যুদ্ধ চলাবলৈ ষড়যন্ত্ৰ কৰিছিল, যিটো ভাৰতীয় সেনা আৰু জনসাধাৰণে সম্পূৰ্ণৰূপে বিফল কৰি পেলায়।


'সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে?'


এআইএমআইএমৰ নেতাগৰাকীয়ে আৰু কয়, "ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাই স্পষ্ট কৰি দিছে যে অপাৰেচন সিন্দুৰ চলি আছে। যদি অপাৰেচন সিন্দুৰ চলি আছে আৰু আমি যুদ্ধৰ অৱস্থাত আছো, তেন্তে ক্ৰিকেট মেচ কেনেকৈ হ'ব পাৰে।


তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে, "ক্ৰিকেট দেশতকৈ ডাঙৰ নেকি ? বিচিচিআই দেশতকৈ ডাঙৰ হৈছে নেকি? এইটোও ঘোষণা কৰা হৈছে যে আজি আমি কিথোৰত এখন ডাঙৰ ৰাজহুৱা সভাৰ জৰিয়তে ঘোষণা কৰিবলৈ ওলাইছো যে আমি সকলোৱে এই মেচ বৰ্জন কৰিছো।" তেওঁ আৰু কয় যে, পাকিস্তানে সন্ত্ৰাসবাদ ত্যাগ নকৰালৈকে আমি এনে মেচ চাব নোৱাৰো।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ