--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাহ্নৱী কাপুৰৰ বয়ফ্ৰেণ্ড অৰ্হান আৱতৰমনিৰ স’তে লণ্ডনত উদ্দাম পাৰ্টি কৰিলে শচীনকন্যা ছাৰা টেণ্ডুলকাৰে। উচ্চ শিক্ষাৰ সূত্ৰে ছাৰা বৰ্তমান লণ্ডনত আছে। লণ্ডনত ছাৰাই চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰি আছে। সেয়ে আজৰি সময়ত ছাৰাই অৰ্হানৰ স’তে পাৰ্টিত যোগ দিয়ে।

উল্লেখ্য যে বলিউডৰ কেইবাজনো তাৰকাৰ সন্তানসকলৰ প্ৰিয় বন্ধু হিচাপে অৰ্হানক জনা যায়। তেওঁলোকক প্ৰায়ে পাৰ্টি কৰি থকা অৱস্থাত দেখা যায়। অজয় দেৱগণৰ কন্যা ন্যাছাৰ স’তেও আছে তেওঁৰ অন্তৰংগতা। জাহ্নৱী কাপুৰক অৰ্হানৰ গাৰ্লফ্ৰেণ্ড হিচাপে জনা যায়।

আনহাতে, শচীনকন্যা ছাৰাৰো আছে সামাজিক মাধ্যমত তুমূল জনপ্ৰিয়তা। ছাৰাৰ হাঁহিয়ে অনুৰাগীসকলৰ হৃদয়ত বাস কৰে। ক্ৰিকেটাৰ শুবমান গীলৰ স’তে ৰোমাণ্টিক সম্পৰ্ক আছিল ছাৰাৰ। এতিয়া অৰ্হানৰ স’তে পাৰ্টিত তোলা ফটোসমূহে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক