--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অৱশেষত জামিন পালে দানুষ্কা গুণতিলকে। টি২০ বিশ্বকাপৰ মাজতে ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্ৰীলংকাৰ ক্ৰিকেটাৰগৰকী। বৃহস্পতিবাৰে তেওঁক চিডনীৰ এখন আদালতে জামিন প্ৰদান কৰে।

 

আদালতৰ তৰফৰ পৰা জনোৱা হৈছে যে শ্ৰীলংকাৰ চৰকাৰ আৰু শ্ৰীলংকাৰ ক্ৰিটেক ৰ্ডে ক্ৰিকেটাৰগৰাকীৰ পক্ষ লোৱাৰ বাবেই জামিন প্ৰদান কৰা হৈছে। লাখ অষ্ট্ৰেলিয়ান ডলাৰৰ বিনিময়ত এই জামিন মঞ্জুৰ কৰা হৈছে। জামিন লাভ কৰিলেও সদ্যহতে দেশলৈ ঘূৰিব নোৱাৰিব ক্ৰিকেটাৰগৰাকী।

 

উল্লেখ্য যে বিশ্বকাপৰ মাজভাগতে মাজৰাতি চিডনীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল গুণতিলকক। তেওঁৰ বিৰুদ্ধে চাৰিটাকৈ ধৰ্ষণ আৰু শাৰিৰীক নিৰ্যাতনৰ অভিযোগ অনা হৈছিল।

 

কিন্তু যিগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে শাৰিৰীক নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগ আনিছিল, তেওঁৰ অভিযোগসমূহৰ পৰীক্ষা নিৰীক্ষাত আৰক্ষীয়ে বিশেষ একো নাপালে।

 

এতিয়া জামিন লাভ কৰিলেও কিছু চৰ্ত মানি চলিব লাগিব গুণতিলকক। প্ৰতিদিনাই থানাত হাজিৰা দিব লাগিব আৰু অভিযোগকাৰী মহিলাগৰাকীৰ তে যোগাযোগ কৰিব নোৱাৰি। কোনোধৰণৰ ডেটিং এপো ব্যৱহাৰ কৰিব নোৱাৰিব। পৰৱৰ্তী শুনানি হিচাপে আদালতে ১২ জানুৱাৰী তাৰিখে স্থিৰ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক