--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান ভুল জীৱনশৈলীৰ বাবে ডায়েবেটিছ আৰু মেদবহুলতাৰ সমস্যা মানুহৰ মাজত সাধাৰণ হৈ পৰিছে। ডায়েবেটিছ ৰোগত আক্ৰান্ত ব্যক্তি এজনে বহুতো খাদ্য খোৱাৰ পৰা বিৰত থাকিব লগা হয়। ডায়েবেটিছ থাকিলে মানুহৰ শৰীৰত বিভিন্ন ৰোগে ঘৰ সাজে। আপুনি জানি আচৰিত হ’ব যে জামুৰ গুটিয়ে বহুতো সমস্যাৰ পৰা সকাহ দিব পাৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে জামুৰ বীজে বৃক্কৰ পাথৰ সমস্যাৰ পৰাও সকাহ দিয়ে।

জামুৰ গুটিৰ উপকাৰিতা

ডায়েবেটিছ নিয়ন্ত্ৰিত হয়

বৰ্তমানৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বেয়া অভ্যাসৰ বাবে মধুমেহ ৰোগৰ সমস্যা মানুহৰ মাজত বেছিকৈ দেখা পোৱা যায়। আপোনাৰ ঘৰৰ কোনোবা যদি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় তেন্তে জামু গুটিয়ে উপকাৰ কৰিব পাৰিব। ইয়াৰ গুড়ি সেৱন কৰিবলৈ প্ৰতিদিনে ৰাতিপুৱা এচামুচ গুড়ি কুহুমীয়া পানীৰ লগত খাব লাগে। এনে কৰিলে তেজৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰিত হয়।

পেটৰ সমস্যাত সকাহ দিয়ে

জামুৰ বীজত আঁহ, চৰ্বি, প্ৰটিন, খনিজ পদাৰ্থ আৰু ভিটামিনকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াত থকা আঁহে কোষ্ঠকাঠিন্যৰ পৰা উপশম দিয়ে। শৰীৰত আঁহৰ পৰিমাণ মিহি থকাৰ বাবে পেটটো সহজে পৰিষ্কাৰ হয়। ইয়াৰ গুড়ি চালাড, গাখীৰ আৰু চৰ্বতৰ সৈতেও খাব পাৰে।

জামু গুটিয়ে শৰীৰক বিষমুক্ত কৰে

জামু গুটিত এণ্টিঅক্সিডেণ্ট আৰু ফ্লেভনয়ড পোৱা যায় যিয়ে শৰীৰৰ পৰা ফ্ৰী ৰেডিকেল আঁতৰাই পেলায়। ই শৰীৰক বিষমুক্ত কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতগতিত বৃদ্ধি কৰে, যাৰ ফলত সংক্ৰামক ৰোগৰ সম্ভাৱনা হ্ৰাস পায়। ইয়াক সেৱন কৰিলে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পটাছিয়াম লাভ কৰে, যিয়ে উচ্চ ৰক্তচাপ হ্ৰাস কৰাৰ কাম কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক