--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শুকুৰবাৰ, ৯ জুন। আজিৰ দিনটো বিভিন্ন ৰাশিৰ লোকৰ বাবে কেনে যাব সেয়া জানো আহক-

মেষ: মনৰ অপূৰ্ণ আকাংক্ষা আজি পূৰণ হ'ব। আজি আপুনি সন্তানৰ বিষয়ে থকা উদ্বেগবোৰৰ সমাধান বিচাৰি পাব। আপুনি আজি কিছুমান চৰকাৰী কামত কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। কিন্তু ধন লাভ হ’ব। শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব। 

বৃষ: বৃষ ৰাশিৰ লোকসকলৰ আজি বহু ক্ষেত্ৰত  অপব্যয় হ'ব পাৰে। সেয়ে খৰচ কৰোতে অলপ সাৱধান হ'ব। লগতে, আজি কাৰো সৈতে বিবাদত লিপ্ত নহ'ব।  ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব পাৰে। আপোনাৰ খ্যাতি বৃদ্ধি পাব।যান-বাহনত চলাচল কৰোতে সাৱধান হ’ব। 

মিথুন: ধন লাভৰ জৰিয়তে উপকৃত হ'ব। মিথুন ৰাশিৰ লোকসকলে আজি তেওঁলোকৰ কৰ্মস্থানত থকা সময় অনুসৰি কাম কৰাত বাধা অনুভৱ কৰিব।আজি বৃহৎ পৰিমাণৰ ধন লাভ কৰিলে আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ পৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কিবা কথাত মত বিৰোধ  হ'ব পাৰে।

কৰ্কট: সহকৰ্মীৰ  সহযোগিতা পাব। আজি আপোনাৰ শত্ৰুসকলৰ মনোবল হ্ৰাস হ'ব। আপোনাৰ সহকৰ্মীসকলে আপোনাৰ সৈতে ভাল ব্যৱহাৰ কৰিব আৰু  প্ৰতিটো কামতে তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। সন্ধিয়াৰ পৰা নিশা লৈকে  কোনো  অতিথি আপোনাৰ ঘৰলৈ আহিব পাৰে। 

সিংহ: শুভ কাৰ্যকলাপত ধন ব্যয় কৰা হ'ব। সিংহ ৰাশিৰ লোকসকলে আজি শুভ কামত টকা খৰচ কৰিব পাৰে। আজি ভাগ্য আপোনাৰ সৈতে থাকিব, যি আপোনাক  ধন উপাৰ্জন কৰাৰ বহুতো ভাল সুযোগ প্ৰদান কৰিব। আজি আপোনাৰ বিৰোধীসকলে আপোনাৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ কৰিব সেয়া সকলো বিফল হ'ব। আনকি তীব্ৰ বিৰোধিতা থাকিলেও, আপুনি সফলতা লাভ কৰিব।

কন্যা ৰাশি: ব্যৱসায়ীসকলৰ বাবে এটা ভাল দিন । কিবা বিষয়কলৈ মানসিক চাপ থাকিব পাৰে। একে সময়তে আজি আপুনি সন্তানৰ  বিষয়ে চিন্তিত হ'ব পাৰে। ব্যৱসায়ত ভাল লাভ হোৱাৰ সম্ভাৱনা আছে। পত্নীয়ে আপোনাক সকলো ক্ষেত্ৰতে সমৰ্থন কৰিব।

তুলা: সম্পদ লাভৰ যোগ। তুলা ৰাশিৰ লোকলোকসকলৰ আজি বৃহৎ পৰিমাণৰ ধন লাভৰ যোগ আছে। একে সময়তে, আজি আপুনি প্ৰিয়জনৰ সহযোগিতা লাভ কৰিব।  আজি খাদ্য আৰু পানীয়ৰ ক্ষেত্ৰত অসাৱধান নহ'ব, অন্যথা আপোনাৰ সমস্যা হ'ব পাৰে।

বৃশ্চিক: আজি আপোনাৰ ব্যয় অধিক হ'ব পাৰে। বৃশ্চিক ৰাশিৰ লোকসকলে আজি ভাল বিত্তীয় লাভালাভ পাব পাৰে, কিন্তু, আপোনাৰ লাভতকৈ অধিক ব্যয় হ'ব পাৰে। আজি আপোনাৰ শত্ৰুসকলে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। সেয়ে  তেওঁলোকক এৰাই চলিবলৈ চেষ্টা কৰিব।

ধনু: ধনু ৰাশিৰ লোকসকলৰ দিনটো আজি অৰ্থনৈতিক দিশত বহুত ভাল হ'ব। একে সময়তে, আপোনাৰ উপাৰ্জনো আজি ভাল হ'ব। 

মকৰ: সহকৰ্মীসকলৰ সৈতে মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে।মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ব্যৱসায়ীসকলৰ ক্ষেত্ৰত  অলপ উদ্বেগজনক হ'ব পাৰে। আজি আপোনাৰ সহকৰ্মীৰ সৈতে আপোনাৰ মত বিৰোধৰ হ'ব পাৰে।  সম্পত্তিৰ জৰিয়তে লাভালাভ প্ৰাপ্তি কৰিব পাৰে। 

কুম্ভ: ব্যৱসায়ত নিৰন্তৰ লাভ হ'ব। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে দিনটো অৰ্থনৈতিক দিশত ভাল হ'ব। আজি আপুনি ব্যৱসায়ত নিৰন্তৰ লাভ পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, আপোনাৰ কোনো বন্ধুৱে  আপোনাক আমনি কৰিব পাৰে। 
মীন: ধৈৰ্য্য আৰু নম্ৰতাৰে কাম কৰক। আজি পইচাৰ ক্ষেত্ৰত মীন ৰাশিৰ লোকসকলৰ দিনটো ভাল হ'ব। আজি আপুনি  ধনৰ লাভ কৰাৰ সম্ভাৱনা আছে। মানসিক চাপ পৰিহাৰ কৰিবলৈ ধৈৰ্য্য আৰু নম্ৰতাৰে কাম কৰক। শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব। পেটৰ ৰোগত ভুগিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস