--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ জনপ্ৰিয় গায়িকা চেলেনা গোমেজ আৰু আমেৰিকান মডেল হেইলী বিবাৰৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ফটো দেখি অনুৰাগীসকল হৈ পৰিছে আচৰিত। শেহতীয়াকৈ লছ এঞ্জেলছত অনুষ্ঠিত একাডেমী মিউজিয়াম অৱ মোচন পিকচাৰ্ছৰ দ্বিতীয় বাৰ্ষিক অনুষ্ঠানত দুয়ো অংশগ্ৰহণ কৰিছিল আৰু দুয়ো হাঁহি হাঁহি ফটোৰ বাবে পজ দিছিল। 
Image
চেলেনা গোমেজ আছিল জনপ্ৰিয় কণ্ঠশিল্পী জাষ্টিন বিবাৰৰ প্ৰাক্তন প্ৰেমিকা আৰু হেইলী বিবাৰ হল জাষ্টিন বিবাৰৰ পত্নী। সেয়েহে চেলেনা গোমেজ আৰু হেইলী বিবাৰৰ ফটো একেলগে দেখি নেটিজেনসকলে আশ্চৰ্য প্ৰকাশ কৰিছে।

উল্লেখ্য যে দুয়োৰে মাজত বছৰ বছৰ ধৰি কোনো কথা-বতৰা নোহোৱাৰ উৰাবাতৰি বন্ধ কৰাৰ চেষ্টা কৰিছে তাৰকা দুগৰাকীয়ে। পূৰ্বতে একাংশই অভিযোগ কৰিছিল যে হেইলীয়ে চেলেনাৰ পৰা জাষ্টিনক কাঢ়ি নিলে। সেই সন্দৰ্ভত হেইলীয়ে পোনপটীয়াকৈ কয় যে "কাৰোবাৰ সম্পৰ্কক লৈ খেলাটো মোৰ চৰিত্ৰ নহয়। মোৰ আৰু চেলেনাৰ মাজত এতিয়াও সু-সম্পৰ্ক বৰ্তি আছে। আমাৰ মাজত মৰম আছে। মই মাত্ৰ এটা কথা কম যে জাষ্টিনে কাৰোবাৰ সৈতে সম্পৰ্কত থকাৰ সময়ত মই কেতিয়াও তেওঁৰ লগত নাছিলোঁ। সম্পৰ্ক শেষ হোৱাৰ পাছতহে তেওঁৰ জীৱনলৈ মই আহিছিলো।"
Image
উল্লেখ্য যে ২০১০ চনৰ ২০১৮ চনলৈকে চেলেনাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল জাষ্টিন বিবাৰ। কিন্তু এই দীৰ্ঘদিনীয়া প্ৰেমত বিচ্ছেদ ঘটে। যি খবৰে সকলোকো হতভম্ব কৰি তুলিছিল। ইয়াৰ পাছত জাষ্টিন হেইলী বিবাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ আছে এখন সুখৰ সংসাৰ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি