--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ গ্লেমাৰ জগতখন আৰু বিভিন্ন সম্পৰ্ক বিতৰ্ক এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। মাজে মাজে ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ বাতৰি ভাইৰেল হৈ পৰে আৰু কেতিয়াবা কোনো পুৰণি সম্পৰ্কৰ ক্ষোভবোৰো ৰাজহুৱা হৈ পৰে। এসময়ত বলীউডপ্ৰেমীৰ বাবে অভিনেত্ৰী কৰিশ্মা কাপুৰ আছিল অধিক জনপ্ৰিয়। তেওঁৰ কেইবাখনো ছুপাৰ হিট বক্সঅফিচত চৰ্চা লাভ কৰিছিল। সেয়েহে বলীউড জগতখনত তেওঁৰ অৱদানৰ বাবে আজিও জনপ্ৰিয়তা অক্ষুণ্ণ আছে।

 এইগৰাকী কৰিশ্মা কাপুৰে নিজৰ কেৰিয়াৰত কেইবাখনো চিনেমা কৰিছে। কেৰিয়াৰৰ বাবে তেওঁ প্ৰায় ইণ্টাৰনেট জগতৰ অনুশীলনৰ কেন্দ্ৰলৈ আহিছিল। কিন্তু শেহতীয়াকৈ তেওঁ ব্যক্তিগত কাৰণত অনুশীলন কৰিবলৈ আহিছিল। কৰিশ্মা ভগ্নী কৰীনাৰ বয়সৰ পাৰ্থক্য আছিল প্ৰায় ৬ বছৰ। কিন্তু এতিয়ালৈকে কৰিশ্মা কৰীণা কাপুৰতকৈ অধিক সুন্দৰ হৈ আছে। বহুতে ভাবে যে এনে বয়সতো কেনেকৈ বলীউড অভিনেত্ৰীগৰাকীয়ে নিজৰ সৌন্দৰ্য্য অটুট ৰাখিছে। আনকি অনুৰাগীসকলেও অভিনেত্ৰীগৰাকীৰ গোপন সৌন্দৰ্য্যৰ টিপছৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰে। তেওঁ কি ক’লে? জানো আহক।

 শেহতীয়াকৈ কৰীণা প্ৰকাশ কৰিছে যে তেওঁৰ ভগ্নী কৰিশ্মা কাপুৰৰ গোপন সৌন্দৰ্য্যৰ টিপছ। বগ্নী কৰীণাই প্ৰকাশ কৰে যে কৰিশ্মা কাপুৰে নিজৰ সৌন্দৰ্য্য বজাই ৰাখিবলৈ প্ৰতিদিনে জিমত ৱৰ্কআউট কৰে। লগতে ঘৰতে যোগাসন কৰে। কৰিশ্মা কাপুৰে নিতৌ পুৱা সাৰ পাই প্ৰচুৰ পৰিমাণে পানী সেৱনৰ লগতে স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰে। কৰিশ্মাই প্ৰতিদিনে আধা ঘণ্টা সময় মুখত তেল আৰু দৈ ব্যৱহাৰ কৰে। যাৰ ফলত তেওঁৰ মুখখন সদায় উজ্জ্বল হৈ থাকে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি