--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এগৰাকী আফগান অনুবাদক, ২০০৮ চনত বৰ্তমানৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ লগতে জন কেৰী আৰু আন কেইবাজনো চিনেটৰক উদ্ধাৰ কৰাত সহায় কৰিছিল তেওঁ। হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ দুৰ্গম অঞ্চলত অনাই বনাই ঘূৰি ফুৰা সেইসকল লোকৰ বাবে সিদিনা এইগৰাকী আফগান লোক হৈ পৰিছিল দেৱদূতস্বৰূপ।


পিছে তালিবানৰ আগ্ৰাসনৰ পিছতে এইগৰাকী অনুবাদক আৰু তেওঁৰ পৰিয়াললৈ নামি আহিছে অমানিশা। আফগানিস্তানত উদ্ধাৰকাৰ্যত ব্ৰতী আমেৰিকান সেনায়ো এৰি গৈছে এই অসহায় অনুবাদক আৰু তেওঁৰ পৰিয়ালক। কিন্তু শেহতীয়াকৈ হ'লেও তেওঁৰ উপকাৰৰ কথা মনলৈ আহিছে আমেৰিকান ৰাষ্ট্ৰপতিৰ।সেইবাবেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে তেওঁক দেশৰ পৰা উদ্ধাৰ কৰি অনাৰ প্ৰতিশ্ৰুতি দিছে।


ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অনুবাদকগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক তেওঁক আৰু তেওঁৰ পৰিয়ালক তালিবানৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে, এইগৰাকী আফগান অনুবাদকে বিগত এটা বছৰ ধৰি তেওঁৰ পত্নী আৰু চাৰি সন্তানসহ দেশ ত্যাগৰ চেষ্টা চলাই আছিল যদিও পৰিয়ালটোৰ সকলো প্ৰচেষ্টা বিফল হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক