--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : ২০ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত বাংলাদেশ দলে নিজৰ চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখিছে। বুধবাৰে দলটোৱে নিউজিলেণ্ডক মাত্ৰ ৬০ ৰাণত অল আউট কৰিবলৈ সক্ষম হয়।টছত জয়ী হৈ টম লেথাম নেতৃত্বাধীন নিউজিলেণ্ড দলে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু দলৰ এই সিদ্ধান্ত ভুল প্ৰমাণিত হয়। দলটো মাত্ৰ ১৬ অভাৰ ৫ টা বলতে অল আউট হৈ যায়। সংগ্ৰহ কৰে মাথো ৬০ ৰাণ


খেলখনত লেথাম আৰু নিকোলছ উভয়ে ১৮ ৰাণকৈ সংগ্ৰহ কৰে। বাংলাদেশৰ বলাৰ মুস্তাফিজুৰ ৰহমানে ২ অভাৰ ৫ টা বলত ১৩ ৰাণ খৰছ কৰি ৩ টিকৈ উইকেট দখল কৰিবলৈ সমৰ্থ হয়। মহম্মদ চাইফুদ্দিন, শ্বাকিব আল হাছান, আৰু নাচুম আহমেদে দুটাকৈ উইকেট দখল কৰে। মেহদি হাছানে লাভ কৰে ১ টা উইকেট।


উল্লেখ্য যে নিউজিলেণ্ডৰ বাবে ৬০ ৰাণ যিকোনো আন্তৰাষ্ট্ৰীয় টি ২০ ক্ৰিকেট প্ৰতিযোগিতাত সৰ্বনিম্ন স্ক’ৰ।ইয়াৰ পূৰ্বেও ২০১৪ চনত দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে ৬০ ৰাণত অল আউট হৈছিল। আনহাতে এয়া যিকোনো দলৰেই বাংলাদেশৰ বিৰুদ্ধে সৰ্বনিম্ন স্ক’ৰ। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া দলে বাংলাদেশৰ বিৰুদ্ধে সৰ্বনিম্ন স্ক’ৰ কৰিছিল। এই মাহৰ আৰম্ভণীতে অনুষ্ঠিত উক্ত খেলখনত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছিল ৬২ ৰাণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক