--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অভিনেত্ৰী ৷ যিগৰাকী অভিনেত্ৰীক মূলতঃ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰত অভিনয় কৰাৰ বাবেই বহুতে জানে৷ সেইগৰাকী অভিনেত্ৰীয়েই এতিয়া তেওঁৰ জীৱনৰ বহু গোপন কথা ৰাজহুৱা কৰিছে৷ অভিনেত্ৰীগৰাকীয়ে কৈছে যে তেওঁৰ ২০০ জনৰো অধিক পুৰুশৰ শয্যা সংগিনী হোৱাৰ অভিজ্ঞতা আছে৷কোন এই অভিনেত্ৰী? 

তেওঁ হৈছে জনপ্ৰিয়  আমেৰিকান অভিনেত্ৰী জেনিফাৰ অড্ৰে কুলিজ৷ কুলিজক  প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ শৃংখলা 'আমেৰিকান পাই'ত জেনিন ষ্টিফেলাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বহুতেই জানে৷ ছবি খনত  তেওঁ এগৰাকী সংবেদনশীল মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল৷  ছবি খনে তেওঁৰ ব্যক্তিগত জীৱনলৈ  আমূল পৰিৱৰ্তন কৰিছিল।  

শেহতীয়া এক সাক্ষাৎকাৰত  অভিনেত্ৰী কুলিজে  ছবিখনৰ বিষয়ে বহু কথাই  কৈছিল৷ তেওঁ  প্ৰকাশ কৰিছে যে ছবি খনৰ চৰিত্ৰটোৱে তেওঁৰ জীৱনলৈ  যথেষ্ট পৰিৱৰ্তন  আনিছিল।  'আমেৰিকান পাই' নামৰ বহু বিতৰ্কিত ছবি খনত অভিনয় কৰাৰ পিছতে  তেওঁ প্ৰায় ২০০  জন লোকৰ শয্যা সংগিনী হৈছিল। 

তেওঁ কৈছিল, "মই আমেৰিকান পাইত অভিনয় কৰাৰ পিছৰে পৰাই ২০০ জন লোকৰ সৈতে নিবিড় সময় পাৰ কৰাৰ সুযোগ পাইছিলো,"  'আমেৰিকা পাই' চলচ্চিত্ৰখনত জেচন বিগছ, এলিচন হানিগান, ছিন উইলিয়াম স্কট আৰু ক্ৰিছ ক্লেইনৰ লগতে আন বহু তাৰকা অভিনেতা-অভিনেত্ৰীয়ে  অভিনয় কৰিছিল।

 ছবি খনে মানুহৰ যৌন জীৱনৰ বিষয়ত নানান দিশৰ উন্মেষ ঘটাইছিল৷ কুলিজে তেওঁৰ শেহতীয়া সাক্ষাৎকাৰটোত ২০০ জন লোকৰ শয্যা সংগিনী হোৱা বুলি কৰা মন্তব্যই বহুতোকে আচৰিত কৰি তুলিছে৷

বহুতে অভিনেত্ৰীগৰাকীৰ এয়া নৈতিক পতন বুলিও মন্তব্য কৰিছে৷ অভিনেত্ৰী কুলিজে অৱশ্যে কৈছে যে জীৱনত তেওঁ কোনো কথাই গোপন কৰি ৰাখিব নিবিচাৰে৷ সেয়ে তেওঁ সকলো কথাই এতিয়া ৰাজহুৱা কৰিছে৷

কুলিজে এ চিণ্ড্ৰেলা ষ্টৰী (২০০৪), ক্লিক (২০০৬), ডেট মুভি (২০০৬), এপিক মুভি (২০০৭), আমেৰিকান ড্ৰীমজ (২০০৬), ছ'ল মেন (২০০৮), জেন্টলমেন ব্ৰোঙ্কোছ (২০০৯), অষ্টেনলেণ্ড (২০১৩), লাইক এ বছ (২০২০), প্ৰিন্সিং ইয়ং ৱমেন (অল ২০২২), অল ৱে (অল ৱে), অল ৱে(অলৱে) আদি  ছবিতো অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী