--°C
Loading...
Listen to Article
2 min read
80%

বিবৃতিটোত কোৱা হৈছে যে ৰাজনীতিবিদসকলে সমিতিখনক শান্তিৰ নবেল বঁটাৰ বাবে ২০২২ চনৰ মনোনয়ন প্ৰক্ৰিয়া পুনৰ মুকলি আৰু পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়।

ডিজিটেল ডেস্ক: শেহতীয়াকৈ পুটিনৰ সমান্তৰালকৈ সংবাদ শিৰোনাম দখল কৰা এজন ব্যক্তি হৈছে ভ’ল’ডিমিৰ জেলেনস্কী৷ ভ’ল’ডিমিৰ জেলেনস্কীয়ে পোৱা উচিত শান্তিৰ নবেল বঁটা! কেইবাজনো বৰ্তমান আৰু প্ৰাক্তন ইউৰোপীয় ৰাজনীতিবিদে ২০২২ চনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীক শান্তিৰ নবেল বঁটাৰ বাবে মনোনীত কৰিবলৈ অনুৰোধ জনায়৷ এই বিষয়ে ন’ৰৱেৰ নবেল কমিটীক সম্বোধনো কৰে৷ লগতে মনোনয়ন প্ৰক্ৰিয়া ৩১ মাৰ্চলৈ বৃদ্ধি কৰাৰ আহ্বান জনায়। এই সন্দৰ্ভত ১১ মাৰ্চত এক বিবৃতিও প্ৰকাশ পাইছিল৷ বিবৃতিটোত কোৱা হৈছে, ‘সেয়েহে আমি আপোনাক, সমিতিখনক বিবেচনা কৰিবলৈ নম্ৰতাৰে আহ্বান জনাইছো৷ ৰাষ্ট্ৰপতি জেলেনস্কী আৰু ইউক্ৰেইনৰ জনসাধাৰণৰ বাবে শান্তিৰ নবেল বঁটা মনোনয়নৰ অনুমতি দিবলৈ অনুৰোধ জনালো৷ শান্তিৰ নবেল বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ৩১ মাৰ্চ ২০২২লৈ সম্প্ৰসাৰিত কৰাৰ অনুৰোধ জনোৱা হ’ল৷’ বিবৃতিটোত কোৱা হৈছে যে ৰাজনীতিবিদসকলে সমিতিখনক শান্তিৰ নবেল বঁটাৰ বাবে ২০২২ চনৰ মনোনয়ন প্ৰক্ৰিয়া পুনৰ মুকলি আৰু পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। এই বছৰৰ নবেল বঁটা ঘোষণা ৩-১০ অক্টোবৰলৈ কৰা হ’ব। ২০২২ চনৰ নবেল শান্তি বঁটাৰ বাবে প্ৰায় ২৫১জন ব্যক্তি আৰু ৯২টা সংগঠনে আৱেদন জনাইছিল। Prag Cine Awards

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক