--°C
Loading...
Listen to Article
2 min read
80%

 

ডিজিটেল ডেস্ক : আমি যেতিয়া অসুস্থ হৈ বিশেষজ্ঞৰ কাষ চাপো তেতিয়াই চিকিৎসকে প্ৰথমে জিভা পৰীক্ষা কৰা দেখিবলৈ পাওঁ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে জিভাত এনে কি আছে যে ডাক্তৰে ৰোগ ধৰাত পেলাব পাৰে। দৰাচলতে মানুহ অসুস্থ হোৱাৰ লগে লগে জিভাত প্ৰথমে ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। প্ৰভাৱৰ ফলত হোৱা পৰিৱৰ্তনবোৰ দেখি চিকিৎসকে ৰোগৰ বিষয়ে অনুমান কৰিব পাৰে। ইয়াৰ পাছত পৰীক্ষাৰ জৰিয়তে ৰোগৰ সম্পৰ্কে নিশ্চিত হোৱাৰ পাছতহে চিকিৎসা আৰম্ভ কৰা দেখা যায়। যাৰ জৰিয়তে চিকিৎসকে যিকোনো ব্যক্তিৰ ৰোগ ধৰাত পেলাব পাৰে। এই বিষয়ে জানো আহক।

* ক’লা ৰঙৰ জিভাঃ-স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি জিভাৰ ৰং ক’লা দেখা যায়, তেন্তে আইৰণৰ দৰব খোৱাৰ বাবেও হ’ব পাৰে বা বহু সময়ত ভেঁকুৰৰ সংক্ৰমণ বা বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবেও জিভাত ক’লা দাগ হোৱা দেখা যায়। চিকিৎসকে জিভাত এনে চিন দেখা মাত্ৰকে সেই অনুসৰি চিকিৎসা আৰম্ভ কৰে।

* ৰঙা জিভা:-যদি কোনো ব্যক্তিৰ জ্বৰ বা সংক্ৰমণত আক্ৰান্ত হয়, তেন্তে তেওঁৰ জিভাৰ ৰং ৰঙা হৈ পৰে। শৰীৰত ভিটামিন বি-১২ৰ অভাৱৰ বাবেও জিভাৰ ৰং ৰঙালৈ সলনি হয়। জিভাত এই চিনটো দেখি চিকিৎসকে ৰোগৰ বিষয়ে অনুমান কৰি সেই অনুসৰি চিকিৎসা আৰম্ভ কৰে।

* বগা জিভাঃ-যদি জিভাত বগা দাগ দেখা দিয়ে বা ইয়াৰ ৰং সম্পূৰ্ণ বগা হয়, তেন্তে ই শৰীৰত ৰক্তহীনতাৰ লক্ষণ হ’ব পাৰে। ধঁপাত সেৱন কৰা লোকসকলৰ জিভাও বগা হয়। ভাইৰাছৰ সংক্ৰমণৰ বাবেও জিভাৰ ৰং বগা হৈ পৰে। এনে পৰিস্থিতিত জিভাৰ ৰঙৰ ভিত্তিত চিকিৎসকে ৰোগ অনুমান কৰি সেই অনুসৰি চিকিৎসা আৰম্ভ কৰিব পাৰে।





আৰু পঢ়ক : নাছিল মাতৃৰ চিকিৎসাৰ বাবে ধন,কৰিছিল দিন হাজিৰা; এতিয়া সেইজন ব্যক্তি এজন সফল ইউটিউবাৰ



















FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ