--°C
Loading...
Listen to Article
2 min read
80%

১৩ জুন ২০২৩, মঙলবাৰ

মেষ : দক্ষতা সাহস আৰু বুদ্ধিমত্তাৰ পৰিচয় দিয়ক | মূল্যবান সম্পদ লাভ কৰিব। জৰুৰী কামত আনক ভৰসা নকৰিব |প্ৰেমত সাৱধান হ’ব | শুভ সংখ্যা ৭ , শুভ ৰং কমলা |

বৃষ : খং উঠিব পাৰে। প্ৰতিভা বিকাশৰ যোগ। সাহিত্যিক সকলৰ বাবে শুভ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ১।

মিথুন : ভাগ্য ভাল। কৰ্মজীৱনত প্ৰসংশা লাভৰ যোগ। স্বাস্থ্যৰ প্ৰতি নজৰ দিব। শুভ সংখ্যা ৩।

কৰ্কট : যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হব। আপোনাৰ আৰু জীৱন সংগীৰ মাজত বিশ্বাসৰ এক দূৰ্বলতা আহিব পাৰে ,যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হব পাৰে। শুভ সংখ্যা ৩।

সিংহ : আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মূহুৰ্ত অথবা পল লৈ আহিব। প্ৰেমত শুভ। শুভ সংখ্যা ২।

কন্যা : আপোনাৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব। আপোনাৰ বহুত উৎসৰ পৰা লাভ হ’ব পাৰে। শুভ সংখ্যা ৫।

তুলা : আপুনি আপোনাৰ চেষ্টা সমূহত সফলতা লাভ কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব। ঘৰুৱা কন্দল হ’ব পাৰে। শুভ সংখ্যা ১।

বৃশ্চিক : অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনক খঙাল কৰি তুলিব। বন্ধু-বান্ধৱৰ পৰা সাৱধান। শুভ সংখ্যা ৮।

ধনু : দিনটো মধ্যমীয়া। প্ৰেমত শুভ। যান-বাহনৰ পৰা সাবধান। শুভ সংখ্যা ৪।

মকৰ : আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক। আর্থিক,বাণিজ্য আৰু কৰ্মত অলপ উন্নত হ’ব। শুভ সংখ্যা ৬।

কুম্ভ : স্বাস্থ্য ভালে থাকিব। উপদেশ অবিহনে আজি কতো ধন বিনিয়োগ নকৰিব। শুভ সংখ্যা ৯।

মীন : আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। আয় বৃদ্ধি পাব- কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব। শুভ সংখ্যা ৩।


আৰু পঢ়ক:  ক’লা কচু কিয় খাব লাগে? ইয়াৰ উপকাৰিতাৰ বিষয়েজানো আহক







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ