--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বলীউডৰ হেণ্ডছাম হাংক জন আব্ৰাহামৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক হৈছে! ৯.৭ মিলিয়ন ফল'ৱাৰ থকা জন আব্ৰাহামৰ ইনষ্টাগ্ৰামৰ সকলো পোষ্ট দিলিট কৰি দিয়া হৈছে। লক্ষ্যণীয়ভাবে এইমূহুৰ্তলৈকে অভিনেতাজনৰ পৰা একো প্ৰতিক্ৰিয়া নহাত ঘটনাটোৱে কৌতুহলৰ সৃষ্টি কৰিছে। জনৰ ইনষ্টাগ্ৰাম একাউণ্ট সঁচাকৈ হেকাৰৰ কৱলত পৰিছে নে এয়া অভিনেতাজনৰ কিবা নতুন খবৰৰ আগজাননী!

সুঠাম চেহেৰাৰ বাবে অসংখ্য অনুৰাগীৰ প্ৰিয় অভিনেতা জন আব্ৰাহামৰ ইনষ্টাগ্ৰাম হেক হোৱা ঘটনাই ইতিমধ্যে চৰ্চা লাভ কৰিছে। ৪৯ সংখ্যক জন্মদিনৰ পূৰ্বে বলীউড অভিনেতাজনৰ ইনষ্টাগ্ৰাম একাউণ্টৰ এনে ঘটনাই বিপাঙত পেলাইছে অনুৰাগীক। ১৭ ডিচেম্বৰত নিজৰ ৪৯ সংখ্যক জন্মদিন উদযাপন কৰিব জন আব্ৰাহামে। জন্মদিনৰ প্ৰাকক্ষণত অভিনেতাজনৰ ইনষ্টাগ্ৰাম পোষ্ট ডিলিট হোৱাৰ আঁৰত কিবা নতুন খবৰ লুকাই আছে নেকি? সেহতীয়াকৈ মুক্তিলাভ কৰিছে জন আব্ৰাহাম অভিনীত 'সত্যমেৱ জয়তে-২'। প্ৰকাশিত তথ্য অনুসৰি নিজৰ আগন্তুক ছবি 'এটেক'ৰ শ্বুটিঙত ব্যস্ত আছে অভিনেতাজন। 'এটেক'ত ব্যস্ত জন আব্ৰাহামৰ ইনষ্টাগ্ৰামত হেকাৰে এটেক কৰিলে নেকি!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ